May 2025

পাকিস্তানৰ জন্মদাতা জিন্নাৰ দেউতাকো আছিল ধাৰ্মিক হিন্দু

ইতিহাস সাক্ষী আছেগুজৰাটীয়েই পূৰ্বে দেশ বিভাজিত কৰিছিলএতিয়া গুজৰাটীৰ আমোলতে একত্ৰিত হ’ব নেকি দেশ৭৮ বছৰ পূৰ্বে গুজৰাটীয়ে বিভাজন কৰিছিল…

স্বাধীন বেলুচিস্তানৰ ঘোষণাৰে উত্তোলন কৰিলে পতাকা

ভাৰতে এফালে মৰণাঘাত কৰিছে, কিন্তু সিফালে ভাঙি টকুৰা-টুকুৰ হৈছে পাকিস্তান৷ ছেগ বুজি বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে নমাই দিছে পাকিস্তানী…

সদনতে শোকে খুন্দা মাৰি ধৰিলে পাকিস্তানী সাংসদক

য়ে খোদা, ৰেহেম কৰতাৰ পিছতে আৰম্ভ হিয়াভগা ক্ৰন্দনপ্ৰতিশোধৰ কথা কৈ পাকিস্তানী প্ৰধানমন্ত্ৰীয়ে দপদপাই আছে৷ কিন্তু সতীৰ্থগণে আৰম্ভ কৰিছে…

ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যনৰ বাবে ৰিলায়েন্সৰ দৌৰা-ঢপৰা

ভৱিষ্যতে চিনেমা বনাব, সেয়ে অপাৰেশ্যন সিন্দূৰৰ ট্ৰেডমাৰ্ক পঞ্জীয়নৰ বাবে দৌৰা-দৌৰি কৰিছে মুকেশ আম্বানিয়ে৷ দেশৰ সংকটৰ সময়ত ব্যৱসায়িক লাভৰ…

কুকুৰ নিৰ্যাতনকাৰীক সন্মানিত কৰিছিল মন্ত্ৰীৰ সংগঠনে

নাৰায়ণ দাস ওৰফে নাৰুৰ খবৰ আপোনালোকে শুনিছেইএইটো পাষণ্ডয়েই কুকুৰক নিৰ্যাতন কৰি গ্ৰেপ্তাৰ হৈছিল৷ মৰিগাঁৱৰ নাৰায়ণ ওৰফে নাৰুৱে পোহনীয়া…

বিহু নাপাতি কমিটীয়ে ভনীয়েকক দিলে সমস্ত ধন

চৌদিশে যুদ্ধৰ উত্তেজনাতাৰ মাজতে হেৰাই গৈছে কিছুমান বিশেষ খবৰসংক্ষেপে খবৰো এনেধৰণৰএইবাৰ লখিমপুৰৰ উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক সংঘই বিহু নাপাতে৷ তেওঁলোকে…

Social media & sharing icons powered by UltimatelySocial