ধনৰ বিনিময়ত দিছে অভিসাৰৰ সুযোগ


ছি… দেখিলে আপুনি আচৰিত হ’ব
ৱাটাৰ পাৰ্কৰ জলকেলিৰ নামত হৈছে ব্যাভিচাৰ৷ যুৱক-যুৱতীয়ে পানীতে কৰিছে কামলীলা৷ দেখিলে আপোনাৰ ঘিণ লাগি যাব, কিন্তু ৱাটাৰ পাৰ্কক ব্যাভিচাৰ ঘাটী কৰি পেলাইছে এচাম লোকে৷ তেওঁলোকে পানীৰ মাজতো খেলিছে শৰীৰৰ খেল৷তেওঁলোকৰ বাবে ৱাটাৰ পাৰ্ক হৈ পৰিছে বেশ্যালয়ৰ দৰে৷ আন মানুহৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁলোকে ৱাটাৰ পাৰ্কৰ ছুইমিং পুলতে দেহৰ ভোক পূৰণ কৰিছে৷ কিন্তু গোপন কেমেৰাত ধৰা পৰিছে অবৈধ অভিসাৰ৷
গুৱাহাটীৰ ৱাটাৰ পাৰ্কত উদ্ধাৰ হৈছে কনড’ম৷ সেইবোৰ গ্ৰাহকৰ পৰা লুকুৱাই পৰিৱেশ চাফা বুলি কৰ্তৃপক্ষই দাবী কৰিছে৷ কিন্তু জলকেলিৰ নামত ৱাটাৰ পাৰ্কতে একাংশ গ্ৰাহকে কৰিছে সম্ভোগ৷ তেওঁলোকৰ পৰা অধিক মাচুল লৈ পানীত অভিসাৰ কৰিবলৈ কৰ্তৃপক্ষয়ো সুযোগ দিছে৷ গ্ৰাহকেই কৰিছে এই অভিযোগ৷
তদানুসৰি ৱাটাৰ পাৰ্কত ভিৰ ক্ৰমে কমি অহা সময়ত কৰ্তৃপক্ষই বিশেষ গ্ৰাহকক জলকেলি কৰিবলৈ সুবিধা দিয়ে৷ বিশেষতঃ অনা-অসমীয়া প্ৰেমিক-প্ৰেমিকাক মোটা অংকৰ ধনৰ বিনিময়ত ৱাটাৰ পাৰ্কত নমাই দিয়ে৷ সেইসকলো ৱাটাৰ পাৰ্কতে কৰে সম্ভোগ৷
তেনে কেবাটাও ভিডিঅ’ আমি লাভ কৰিছোঁ৷ জলকেলীৰ ছলেৰে পানীতে শৰীৰৰ খেল খেলা প্ৰেমাস্পদে ধনৰ বলেৰে প্ৰতিদিনে অবৈধ কাণ্ড কৰিছে৷ তেওঁলোকে ৱাটাৰ পাৰ্কতে কৰিছে অভিসাৰ৷ ধনৰ বাবে তেওঁলোকক সুৰক্ষা দিছে ৱাটাৰ পাৰ্ক কৰ্তৃপক্ষই৷
এই পানীতে পিছদিনা জলকেলী কৰিছে সাধাৰণ গ্ৰাহকে৷ সন্ধিয়া কনড’ম উটি ফুৰা ৱাটাৰ পাৰ্কত একেখিনি পানীতে নামিবলৈ দিয়া হৈছে অসমৰ গ্ৰাহকক৷
এই ঘটনাৰ বিষয়ে প্ৰথমে এখন ৱাটাৰ পাৰ্ক কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ৷ কিন্তু তেওঁলোকে মানি লোৱা নাই অভিযোগ৷ একেসময়তে আমাৰ হাতত পৰিছে ৱাটাৰ পাৰ্কত উটি ফুৰা কনড’মৰ ভিডিঅ’৷ লগতে পানীতে সহবাসৰ এক্সক্লুছিভ ভিডিঅ’ও আমি লাভ কৰিছোঁ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial