তানিয়াই এইবাৰ কি দেখুৱালে চাওক

মেডাম, ঘূৰি দিয়ক বুলি ক’লেই ঘূৰি দিয়ে তানিয়া চেটাৰ্জী৷ আন অভিনেত্ৰীৰ নিচিনাকৈ তানিয়াই সংকোচ নকৰে৷ ফটোগ্ৰাফাৰে প্ৰায়ে অনুৰোধ কৰে-
তানিয়া মেডাম, টপটো খুলি দিয়ক
লগে লগে তানিয়াই টপটো খুলি দিয়ে৷ বক্ষপ্ৰদেশ দেখুৱাবলৈ তানিয়াক প্ৰায়ে অনুৰাগীয়ে অনুৰোধ কৰে৷ তেতিয়া তানিয়াই নিঃসংকোচে দেখুৱায় উঠন বুকু৷
হুলা চেলেইঞ্জ তানিয়াই বন্ধই কৰা নাই৷ সেয়ে য’তে ত’তে খুলি দিছে কাপোৰ৷ কেতিয়াবা টপ অথবা কেতিয়াবা স্কাৰ্টো খুলিছে তানিয়াই৷ তেওঁ দেখুৱাই ফুৰিছে নিপোটল শৰীৰ৷
অৱশ্যে বলীউডত কামৰসৰ সঞ্চাৰ কৰাত তানিয়া নহয় অপ্ৰতিদ্বন্দ্বী৷ তেওঁক কঠোৰ প্ৰত্য়াহ্বান জনাইছে যামিনী মালহোট্ৰাই৷ বৰ্তমান বি-টাউনত আবেদনৰ দেৱী হিচাপেই জনপ্ৰিয় হৈ পৰিছে যামিনী৷ এইগৰাকী সুন্দৰী পূৰ্বে আছিল ডেণ্টিষ্ট৷ দাঁতৰ চিকিৎসক হিচাপে তেওঁ জনাজাতেই আছিল৷
কিন্তু বিগবছে যামিনীৰ জীৱন সলনি কৰি পেলালে৷ তেতিয়াৰ পৰা দন্ত চিকিৎসাৰ পৰিৱৰ্তে যামিনীয়ে ভাল পাবলৈ ধৰিলে শৰীৰী খেলা৷ আগতেও অৱশ্যে উঠন বুকুৰ সুন্দৰী হিচাপে জনাজাত আছিল যামিনী৷ তেতিয়াও তেওঁক চাবলৈয়েই দাঁতৰ বেমাৰ নোহোৱাকৈয়ে চেম্বাৰলৈ গৈছিল ৰোগী৷
কিন্তু তেতিয়া বক্ষপ্ৰদেশ প্ৰদৰ্শন কৰিবলৈ লাজ কৰিছিল যামিনীয়ে৷ এতিয়া পিছে যামিনীয়ে নকৰে লাজ৷ তেওঁ কেমেৰাৰ সন্মুখতে জাঁপ মাৰি আন্দোলিত কৰে উঠন বক্ষ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial