অনুষ্কাৰ দেহৰ প্ৰতিটো ভাঁজতে হাত বুলাইছিল ৰণবীৰে
অনুষ্কা হৈ পৰিছিল ৰণবীৰৰ হৃদয়ৰ নায়িকা
বিৰাট কোহলিৰ সৈতে বিবাহৰ পূৰ্বে ৰণবীৰ কাপুৰৰ সৈতে প্ৰেমলীলা কৰিছিল অনুষ্কা শৰ্মাই৷ বহুদিনে অনুষ্কাই সেই কথা অস্বীকাৰ কৰি আহিছিল৷ কিন্তু তেওঁৰ সৈতে ৰণবীৰৰ ঘনিষ্ঠ মুহূৰ্তৰ ফটোৱে প্ৰমাণ কৰি দিছে সেই কথা৷ অনুষ্কা আৰু ৰণবীৰ যে বহুদূৰ আগুৱাইছিল সেই কথাও ফটোখনেই প্ৰমাণ কৰি দিছে৷ দুয়ো শৰীৰী খেলাতো মত্ত হৈ পৰিছিল বুলি দাবী কৰিছে ঘনিষ্ঠ মহলে৷
তেতিয়া প্ৰায়ে একেলগে আছিল ৰণবীৰ আৰু অনুষ্কা৷ ৰণবীৰৰ সেই সময়লৈ দীপিকা পাডুকন, কেটৰিনা কাঈফ আৰু প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ব্ৰেক-আপ হৈছিল ৰণবীৰৰ৷ অনুষ্কাৰ সৈতে এ দিল হ্যে মুছকিল নামৰ চিনেমাতো একেলগে অভিনয় কৰিছিল অনুষ্কাই৷
তেতিয়া দুয়ো প্ৰায়ে একেলগে ভ্ৰমণ কৰিছিল বিদেশ৷ অনুষ্কাক ফুৰাবলৈ মালদ্বীপলৈয়ো নিছিল ৰণবীৰে৷ মালদ্বীপত অৱসৰৰ সময়ত অনুষ্কাৰ দেহৰ প্ৰতিটো ভাঁজতে হাত বুলাইছিল ৰণবীৰে৷
তেওঁ ভোমোৰা হৈ অনুষ্কাৰ ফুলহেন অসূৰ্যস্পৰ্শা শৰীৰত কৰিছিল বিচৰণ৷ অনুষ্কাই পুতলাৰ দৰে মানি চলিছিল ৰণবীৰৰ নিৰ্দেশ৷ তেওঁ কি পিন্ধিব সেয়াও ৰণবীৰেই ঠিক কৰি দিছিল৷ প্ৰেমিক ৰণবীৰৰ অনুমতি অবিহনে ঘৰৰ পৰাও ওলাই যোৱা নাছিল অনুষ্কা শৰ্মা৷
তেতিয়া ৰণবীৰেই পছন্দ কৰি দিছিল অনুষ্কাৰ পোছাক৷ তেওঁৰ আঙুঠিৰ ঠাৰতে অনুষ্কাই নাচিছিল৷ কিন্তু হঠাতে দুয়োৰে হ’ল সংঘাত৷ তেতিয়াই অনুষ্কাই ত্যাগ কৰিলে ৰণবীৰৰ সংগ৷
হঠাতে বিৰাট কোহলিৰ সৈতে অনুষ্কাৰ সম্পৰ্ক আৰম্ভ হ’ল৷ এতিয়া অনুষ্কাই পাহৰিবলৈ বিচাৰে অতীতৰ প্ৰেমৰ কাহিনী৷ কিন্তু আকৌ এবাৰ ওলাইছে অনুষ্কা আৰু ৰণবীৰৰ প্ৰণয়ৰ উপাখ্যান৷
কোহলিৰ পত্নী আছিল ৰণবীৰৰ প্ৰেয়সী
