লোন লৈ সময়মতে দিব নোৱাৰে কিস্তি
ধৰুৱা মহিলাক বেংকলৈ মাতিলে মেনেজাৰে
কিন্তু ছুটীৰ পিছতহে বিশেষ কথা আছে বুলি ধৰুৱা মহিলাক মেনেজাৰে মাতি নিলে৷ শেষত বেংকৰ কেছ কাউণ্টাৰত ধনৰ ধাৰ শৰীৰেৰে পৰিশোধ কৰিবলৈ বাধ্য হ’ল মহিলাগৰাকী৷ বেংকৰ পৰা ধাৰ লৈ পৰিশোধ কৰিব নোৱাৰাৰ শাস্তি ভুগিলে মহিলাগৰাকীয়ে৷ কেছ কাউণ্টাৰতো তেওঁক বিবস্ত্ৰ কৰিলে মেনেজাৰে৷
কিন্তু মেনেজাৰৰো ভাগ্য আছিল বেয়া৷ সেয়ে তেওঁ চিচি টিভি বন্ধ কৰিবলৈ পাহৰিলে৷ গতিকে ধৰুৱা গ্ৰাহকৰ পৰা তেওঁ ধাৰ আদায় কৰাটো কেমেৰাত ধৰা পৰিল৷
এই দৃশ্য কোন বেংকৰ সেয়া অৱশ্যে আমি ক’ব নোৱাৰোঁ৷ কিন্তু ধাৰ পৰিশোধ কৰিব নোৱাৰা মহিলা মাতি নি বেংকৰ মেনেজাৰ কামলীলাত লিপ্ত হোৱাৰ ফটেজ আমি লাভ কৰিছোঁ৷ বেংকৰ কৰ্মচাৰীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত বিষয়াজনে প্ৰায়েই ধাৰ পৰিশোধ কৰিব নোৱাৰা মহিলা গ্ৰাহকক লক্ষ্য কৰি লয়৷
তেওঁ ধৰুৱা মহিলাক প্ৰায়ে বেংকলৈ মাতি পঠিয়ায়৷ সকলোৰে ছুটীৰ পিছত ঋণৰ বিষয়ে আলোচনাৰ বাবে বিষয়াজনে মহিলাক বেংকলৈ অহাৰ বাবে দিয়া তলব৷ নগ’লে শাস্তি হোৱাৰ ভয়ত ধৰুৱা মহিলাও বেংকত সময়মতে উপস্থিত হয়৷
কিন্তু ধৰুৱা মহিলাৰ সৈতে বেংকৰ কথা নাপাতে মেনেজাৰে৷ তেওঁ ধাৰৰ সুযোগ লৈ মহিলাৰ সৈতে স্থাপন কৰে শাৰিৰীক সম্পৰ্ক৷
কিস্তি দিব নোৱাৰা মহিলাই দিলে শৰীৰ
