ঘৰৰ মানুহে বনাবলৈ নিদিয়ে অৰ্ধনগ্ন ভিডিঅ’

আজি বাই-ভনীৰ সৈতে এখুন্দা লাগিলোঁ
মই কাপোৰ নিপিন্ধাকৈ ভিডিঅ’ বনালে সিহঁতে লাজ পায়
পাওক লাজ
মই কাকো কেয়াৰ নকৰোঁ
ভিডিঅ’ৰ কাৰণে জন্ম দিয়া মা-দেউতাকে এৰি দিব পাৰোঁএইগৰাকী মহিলাৰ নাম নমিতা৷ তেওঁ অসমৰ শেহতীয়া ইনষ্টাগ্ৰাম ছেনছেশ্যন৷ নমিতাই ঘৰত কৰা প্ৰতিটো কামৰ খবৰ দিয়ে ফল’ৱাৰ্ছক৷ বুকুত মেথনি মাৰি থাকিলেও ভিডিঅ’ এটা বনায় আপলোড কৰে নমিতাই৷ গা ধুবলৈ যাওঁ বুলিও ফল’ৱাৰ্ছক জনাইহে বাথৰূমত সোমায় নমিতা৷
সুন্দৰী নমিতাই প্ৰতিটো ভিডিঅ’তে দেখুৱায় শকত কলাফুল৷ শৰীৰৰ প্ৰতিটো অংগ সাৱলীলভাৱে দেখুৱাবলৈ অকণো লাজেই নকৰে নমিতাই৷ বাই-ভনীক নমিতাই কৈ দিয়ে
ভাইৰেল হৈ গ’লেও মই লাজ নাপাওঁ
সেয়ে নমিতাই প্ৰতিদিনে ফল’ৱাৰ্ছৰ বাবে আপলোড কৰে নতুন ভিডিঅ’৷ কোনোটো ভিডিঅ’ত যদি নমিতাই উঠন বক্ষ দেখুৱায়, আনটোত তেওঁ প্ৰদৰ্শন কৰে সুঠাম দেহবল্লৰী৷ কম কাপোৰ পিন্ধি নৃত্য কৰাৰ আৰ্ট নমিতাই ফল’ৱাৰ্ছক শিকাই দিয়ে৷
নমিতাৰ ইনষ্টাগ্ৰামত আছে ৪০ হাজাৰ ফল’ৱাৰ্ছ৷ সদায় ধুমুহাৰ গতিকে বাঢ়ি আছে তেওঁৰ অনুৰাগী৷ প্ৰতিটো ভিডিঅ’তে নমিতাৰ প্ৰশংসা কৰি কমেণ্ট কৰে ফল’ৱাৰ্ছে৷ অসমৰ ছ’চিয়েল মিডিয়া ছেনছেশ্যন হিচাপে নমিতাৰ ভিডিঅ’ লাখ লাখ নেটিজেনে চায়৷
তেওঁ অৰ্ধনগ্ন হৈ ভিডিঅ’ বনোৱাৰ বাবে হেনো লাজ পায় ঘৰৰ মানুহে৷ সেইবাবে চাদৰ মেখেলা পিন্ধি ভালকৈ ৰীল বনাবলৈ উপদেশ দিয়ে৷ কিন্তু নমিতাই কি কৰিবনো! দীঘল কাপোৰ পিন্ধিলেই নমিতাৰ গাত বিজবিজনি ধৰে৷ সেয়ে পৰাপক্ষত কম কাপোৰ পিন্ধি তেওঁ বনায় ভিডিঅ’৷
বগী নমিতাই শৰীৰৰ প্ৰতিটো ভাঁজ অনুৰাগীৰ বাবে প্ৰদৰ্শন কৰে৷ কেতিয়াবা পেডিকিউৰ কৰা নিমজ ভৰি, কেতিয়াবা নাভিপ্ৰদেশো নমিতাই সংকোচ নকৰাকৈ দেখুৱায়৷ সেয়ে ফল’ৱাৰ্ছৰ বাবে নমিতা হৈ পৰিছে অসমৰ ইণ্টাৰনেট ছেনছেশ্যন৷ বলীউডৰ নায়িকাৰ দৰে চেহেৰাও নমিতাৰ আছে৷ গতিকে প্ৰতিটো ভিডিঅ’ত হৈছে লাখ লাখ ভিউজ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial