গুৱাহাটীৰ বিলাসী হোটেললৈ বৃদ্ধ পুৰুষে মাতি নিয়ে দেহ ব্যৱসায়ী

সংগসুখৰ বাবে হোটেললৈ মাতি নিয়ে ৬০ বছৰীয়া বৃদ্ধই
বন্ধ কোঠাত বৃদ্ধৰ অত্যাচাৰৰ বলি হয় বেশ্যা
বিলাসী হোটেলত শৰীৰৰ খেলা কৰাসকলৰ বেছিভাগেই বৃদ্ধ৷ বিশেষকৈ গুৱাহাটীত কম বয়সীয়া যুৱকৰ তুলনাত দেহ ব্যৱসায়ীৰ সৈতে কামলীলা কৰে বয়সীয়াল পুৰুষে৷ তেওঁলোকে দেহ ব্যৱসায়ীক ধনো বেছিকৈ দিয়ে৷ কিন্তু সংগমৰ সময়ত কামাতুৰ বৃদ্ধৰ অত্যাচাৰ সহ্য কৰিবলগীয়া হয় পতিতাই৷
ৰশ্মি নামেৰে গুৱাহাটীত পৰিচিত এগৰাকী দেহ ব্যৱসায়ীয়ে জনাইছে এই কথা৷ গুৱাহাটীৰ বিলাসী হোটেলত গ্ৰাহকক সংগসুখ দিয়া ৰশ্মিৰ বেছিভাগ গ্ৰাহকেই হৈছে বয়োবৃদ্ধ৷ তেওঁ এইসকলৰ সৈতে কামলীলা কৰি মাহিলী উপাৰ্জন কৰিছে আঢ়ৈলাখপৰ্যন্ত টকা৷ কিন্তু বৃদ্ধৰ অত্যাচাৰত কোঙা হৈ পৰিছে ৰশ্মিৰ শৰীৰ৷ সেয়ে তেওঁ চিকিৎসা কৰাবলগীয়া হৈছে৷
২৬ বছৰীয়া সুন্দৰী ৰশ্মিয়ে প্ৰতিদিনেই গুৱাহাটীৰ বিলাসী হোটেলত নৈশযাপন কৰে৷ কিন্তু যোৱা ছমাহে সংগসুখৰ বাবে মাত্ৰ তিনিজন যুৱকেহে বুকিং কৰা বুলি তেওঁ জানিবলৈ দিছে৷ ৰশ্মিৰ আনসকল গ্ৰাহক হৈছে বয়োবৃদ্ধ পুৰুষ৷ সংগসুখৰ পৰা বঞ্চিত হোৱা বৃদ্ধ পুৰুষে ভাৰাতীয়া সংগীৰ ওপৰত হিংস্ৰতাৰে জঁপিয়াই পৰে৷
বৃদ্ধৰ অত্যাচাৰ সহি থাকিব পাৰিলে বেশ্যাই পায় অতিৰিক্ত ধন৷ সন্তুষ্ট বৃদ্ধ পুৰুষৰ পৰা লাখৰ ঘৰতো টকা লাভ কৰা বুলি ৰশ্মিয়ে প্ৰকাশ কৰিছে৷ তাৰ বাবে তেওঁ মানিবলগীয়া হৈছে বৃদ্ধ গ্ৰাহকৰ বিকৃত কামনাৰ দাবী৷ ৰাত্ৰি ফেণ্টাছী পূৰণ কৰি নিৰ্যাতন চলোৱা গ্ৰাহকে উৎফুল্লিত হৈ দিছে অধিক ধন৷
গুৱাহাটীৰ আন কেবাখনো হোটেলতে বৃদ্ধৰ কামনা পূৰণ কৰিছে ৰশ্মি আৰু সংগীয়ে৷ কিন্তু অত্যাচাৰ সহি অসুস্থ ৰশ্মি এখন নাৰ্ছিংহোমত ভৰ্তি হৈ আছে৷ বিকৃত কামনাৰ বলি হোৱা ৰশ্মিক ICUতো ৰাখিবলগীয়া হৈছিল৷ কিন্তু এই ধনৰ জৰিয়তে ঘৰ চলোৱা বুলি স্বীকাৰ কৰিছে ৰশ্মিয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial