তুমি মোৰ সন্মুখতে প্ৰস্ৰাৱ কৰিব লাগিব
সুন্দৰী অভিনেত্ৰীক এইদৰে কৈছিল পৰিচালকে৷ চকুৰ সন্মুখতে প্ৰস্ৰাৱ কৰিবলৈ তেওঁ অভিনেত্ৰীগৰাকীক বাধ্য কৰিছিল৷ লাজে-অপমানে জৰ্জৰিত হৈ লাস্যময়ী অভিনেত্ৰীয়ে প্ৰস্ৰাৱ কৰিব পৰা নাছিল৷ কিন্তু তেওঁ প্ৰস্ৰাৱ নকৰাপৰ্যন্ত আঁতৰি যোৱা নাছিল পৰিচালক৷
সেয়ে বাধ্য হৈ প্ৰস্ৰাৱ কৰিছিল অভিনেত্ৰী জানকী ব’ল্ডিৱালাই৷ পৰিচালকৰ ভয়তে কঁপি কঁপি জানকীয়ে প্ৰস্ৰাৱ কৰিছিল৷ কিন্তু তাৰ পিছতহে জানকীক যাবলৈ দিছিল নিষ্ঠুৰ পৰিচালকে৷ সেই কথাটো মনত পৰিলে এতিয়াও খং উঠে জানকীৰ৷
চয়তান নামৰ চিনেমাখনেৰে জানকীয়ে বলীউডত আত্মপ্ৰকাশ কৰিছিল৷ সেইখন চিনেমাৰে পৰিচালক আছিল কৃষ্ণদেৱ যাজ্ঞিক৷ চয়তানত জানকীক পৰিচালকে সুযোগ দিবলৈ বিচৰা নাছিল৷ সেয়ে অডিশ্যনত পৰিচালকৰ সন্মুখতে প্ৰস্ৰাৱ কৰিবলৈ নিৰ্দেশ দিছিল জানকীক৷ বাধ্য হৈ কাপোৰ-কানিয়ে প্ৰস্ৰাৱ কৰি দিছিল জানকী ব’ল্ডিৱালাই৷
অৱশ্যে কাহিনীৰ প্ৰয়োজনৰ বাবেহে জানকীক চকুৰ সন্মুখতে প্ৰস্ৰাৱ কৰিবলৈ পৰিচালকে নিৰ্দেশ দিছিল৷ চিনেমাখনত জানকীয়ে ভূতে ধৰা মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল৷ জাহ্নৱী নামৰ এগৰাকী মানসিকভাৱে অসুস্থ মহিলাৰ অভিনয় কৰিছিল জানকীয়ে৷
সেই মহিলাগৰাকীয়ে চিনেমাখনত কাপোৰে-কানিয়ে প্ৰস্ৰাৱ কৰে৷ সেয়ে শ্বুটিঙৰ পূৰ্বে ৰিহাৰ্ছেল কৰিবলৈ জানকীকো তেনেদৰেই প্ৰস্ৰাৱ কৰিবলৈ কোৱা নাছিল৷ তেওঁ প্ৰস্ৰাৱ কৰাটো চাই থাকিছিল পৰিচালকে৷
কৃষ্ণদেৱৰ চকুৰ সন্মুখত প্ৰস্ৰাৱ কৰি লজ্জ্বাবোধ কৰিছিল অভিনেত্ৰী জানকীয়ে৷ কিন্তু লাজ-মান কাটি কৰি প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হৈছিল অভিনেত্ৰী৷ পৰিচালকে ধমক দি প্ৰস্ৰাৱ কৰোৱাইছিল জানকীক৷
চিনেমাত অভিনয় কৰিবলৈ পৰিচালকৰ অদ্ভুত চৰ্ত
