নোৰা ফাতেহীয়ে জ্বলাই দিলে সোণৰ সংসাৰ

খুৰাদেউৰ কি হ’ব ঠিক নাই
নোৰা ফাতেহীৰ বাবে ঘৰত খুৰাদেৱে ভাত খাবলৈ পোৱাৰো আশা নাই
কথাটো সত্য
খুৰা আৰু খুৰীৰ সংসাৰত নোৰা ফাতেহীয়ে জুই লগালে৷ নোৰাৰ বাবে খুৰাদেউক খুৰীয়ে ঘৰৰ পৰা উলিয়াই দিলে৷
অভিনেত্ৰী নোৰা ফাতেহী বিদেশ ভ্ৰমণৰ বাবে মুম্বাই এয়াৰপ’ৰ্টত উপস্থিত হৈছিল৷ সেইদিনা নোৰাই পিন্ধাও নাছিল ৰিভিলিং পোছাক৷ কিন্তু হ’লে কি হ’ব, সৰ্বাংগ আবৃত পোছাকতে জিলিকি উঠিছিল নোৰাৰ উঠন বক্ষ প্ৰদেশ৷
বিমানকোঠত গাড়ীৰ পৰা নামি নোৰা VIP লাউঞ্জৰ দিশে আগুৱাই গ’ল৷ তেতিয়া অনুৰাগীয়ে ঘূৰি ঘূৰি চাবলৈ ধৰিলে নোৰাক৷ এঠাইত আকৌ নোৰা ৰৈ দিলে৷ সেই ঠাইতে আছিল এক দম্পত্তি৷
পত্নীৰ উপস্থিতিলৈয়ো কেৰেপ নকৰি বয়োজ্যেষ্ঠ স্বামীয়ে চাবলৈ ধৰিলে নোৰাৰ নিতম্ব৷ চকুৰে তেওঁ স্কেন কৰি পেলালে নোৰা ফাতেহীৰ শৰীৰ৷ মুহূৰ্তৰ ভিতৰতে নোৰাৰ দেহ তেওঁ নিৰীক্ষণ কৰিলে৷ কিন্তু শেষত নোৰাৰ নিতম্বত যেন আঠা লাগি ধৰিলে খুৰাদেউৰ চকু৷
তেতিয়াই বিপদ হ’ল, কাৰণ খুৰাৰ দৃষ্টি অনুসৰণ কৰিলে খুৰীদেৱে৷ নোৰাৰ উঠন নিতম্ব যে খুৰাই আকুল তাড়নাৰে লক্ষ্য কৰিছে সেয়াও পত্নীয়ে মন কৰিলে৷ গতিকে নিমিষতে উতলি উঠিল তেওঁৰ মগজু৷
অচিনাকী মহিলাৰ চকুৰ পাক দেখি নেটিজেনে ভাবিছে
আজি ঘৰত খুৰাদেউৰ কি হয় ঠিক নাই

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial