পুৰুষ গ্ৰাহকৰ পৰা এৰাতি লাখ টকা

না না, শৰীৰৰ খেলা নহয়৷ মাত্ৰ মহিলাগৰাকীক সাবটি শুবলৈ পায় পুৰুষে৷ এইটো পদ্ধতিৰেই এগৰাকী সুন্দৰীয়ে উপাৰ্জন কৰিছে কোটিৰ ঘৰত টকা৷
এফালে তেওঁ শোৱে, আনফালে শোৱে পুৰুষ গ্ৰাহক৷
শৰীৰ বিক্ৰী কৰা বেশ্যা তেওঁ নহয়৷ কিন্তু ধন উপাৰ্জনৰ স্বাৰ্থত বক্ষ স্পৰ্শ কৰিবলৈ গ্ৰাহকক তেওঁ সুযোগ দিয়ে৷ মহিলাগৰাকীৰ নাম মণিক জেৰেমিয়া৷ তেওঁৰ ঘৰ কানাডাত৷
ধন উপাৰ্জনৰ সহজ পন্থা বিচাৰি ফুৰিছিল শাৰিৰীক সুষমাৰ অধিকাৰী জেৰেমিয়াই৷ তেতিয়া তেওঁ গম পালে, কানাডাত ৰাতি কটাবলৈ বহু পুৰুষে বিচাৰি ফুৰে সস্তীয়া হোটেল৷ অৱশ্যে জেৰেমিয়াই হোটেল নুখুলিলে৷ তাৰ সলনি নিজৰ বিছনাখনকে ভাৰা দিলে৷
একেখন বিছনাতে এফালে তেওঁ শোৱে৷ খালী ঠাইডোখৰত এজন পুৰুষ গ্ৰাহকক ধনৰ বিনিময়ত জেৰেমিয়াই শুবলৈ দিয়ে৷ অৱশ্যে মাজনিশা কামনাই আমনি কৰিলেও কোনো পুৰুষক সম্ভোগ কৰিবলৈ নিদিয়ে জেৰেমিয়াই৷ স্পৰ্টছ ব্ৰা পিন্ধি শয়ন কৰিলেও কোনো গ্ৰাহকক তেওঁ মৰম নকৰে৷
অৱশ্যে ইমানতে কাহিনী শেষ হোৱা নাই৷ জেৰেমিয়াই এটা কাম কৰিবলৈ অৱশ্যে গ্ৰাহকক সুযোগ দিয়ে৷ যদি গ্ৰাহকে বিচাৰে তেন্তে সুন্দৰী জেৰেমিয়াই বুকুত সাবটি লয়৷ অচিনাকী শয্যাসংগীক দুবাহুৰে সাবটি ধৰে জেৰেমিয়াই৷ কিন্তু তাৰ বিনিময়ত জেৰেমিয়াক দিব লাগে অতিৰিক্ত ধন৷
৩৭ বছৰীয়া সুন্দৰীয়ে বিছনাৰ এফাল ভাৰা দি মাহিলী ৪২ লাখ টকা উপাৰ্জন কৰে৷ তেওঁৰ গ্ৰাহক হৈছে কানাডাত থকা প্ৰৱাসী ভাৰতীয়সকল৷ জেৰেমিয়াৰ ভাষ্যমতে প্ৰবাসীৰ বাবে কানাডাত পৰ্যাপ্ত পৰিমাণৰ ঘৰ নাই৷ সেয়ে তেওঁ ভাৰা দিয়ে বিছনাৰ এফাল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial