অৰ্ধ-চেতন ৰোগীৰ লিংগ স্পৰ্শ কৰিলে নাৰ্ছে৷ বিছনাত শুই থকা ৰোগীক উত্তেজিত কৰি তোলাৰ বাবে নাৰ্ছে চেষ্টা কৰিলে৷ তেওঁ চোলা খুলি ৰোগীক দেখুৱালে স্তন৷ গাভৰু নাৰ্ছে ৰোগীৰ মনত কামভাব জগাই তুলিবলৈ চেষ্টা কৰাৰ দৃশ্য কেমেৰাত আবদ্ধ হ’ল৷
এই ঘটনা উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে৷ তথ্য অনুসৰি দুৰ্ঘটনাৰ পিছত এজন যুৱক চিকিৎসাধীন হৈ আছিল৷ তেওঁক শুশ্ৰুষা কৰিছিল গাভৰু নাৰ্ছে৷ কিন্তু কেবিনত সোমাই চিকিৎসাৰ সলনি ৰোগীৰ লিংগতহে হাত লগালে নাৰ্ছে৷ তেওঁ ৰোগীৰ পেণ্টৰ ভিতৰত হাত সুমুৱাই দিলে৷
ৰোগীৰ ভৰি আৰু উৰুত কমনীয়ভাৱে স্পৰ্শ কৰি উত্তেজিত কৰি তুলিবলৈ গাভৰু নাৰ্ছে চেষ্টা কৰিলে৷ তদুপৰি ইউনিফৰ্মৰ বুটাম খুলি ৰোগীক দেখুৱালে স্তন৷ কিন্তু কামাতুৰ নাৰ্ছৰ কাণ্ড চিচি টিভি কেমেৰাত আবদ্ধ হ’ল৷
নাৰ্ছগৰাকীয়ে ৰোগীৰ লিংগ স্পৰ্শ কৰাটো অৱশ্যে স্বীকাৰ কৰিছে৷ তেওঁ প্ৰকাশ কৰা মতে উত্তেজিত কৰি তুলিলে ৰোগী সহজে আৰোগ্য হয়৷ সেয়ে তেওঁ লিংগ স্পৰ্শ কৰাৰ উপৰি ৰোগীৰ দেহত হাত ফুৰাইছিল বুলি স্বীকাৰ কৰিছে৷
ৰোগী যাতে উত্তেজিত হৈ পৰে সেয়ে স্তন প্ৰদৰ্শন কৰা বুলি ব্যক্ত কৰিছে নাৰ্ছে৷ কিন্তু হস্পিতেল কৰ্তৃপক্ষই মানি লোৱা নাই নাৰ্ছৰ যুক্তি৷ তেওঁলোকে নাৰ্ছগৰাকীক চাকৰিৰ পৰা অব্যাহতি দিছে৷
কিছুদিন পূৰ্বেও উত্তৰ প্ৰদেশৰে নাৰ্ছে ৰোগী যুৱকক স্তন দেখুৱাইছিল৷ যাৰ বাবে চাকৰি গৈছিল নাৰ্ছৰ৷ কিন্তু এইগৰাকী গাভৰু নাৰ্ছে স্পৰ্শ কৰিলে ৰোগীৰ পুৰুষাংগ৷
আৰোগ্যৰ বাবে ৰোগীৰ গোপন অংগত হাত ফুৰালে নাৰ্ছে
