May 11, 2025

মহম্মদ ঘোৰী হৈ শ্বেহবাজ শ্বৰীফে নিঃশেষ কৰিলে মোদীক

সাতবাৰ যুদ্ধত হৰুৱায়ো পৃথ্বীৰাজ চৌহানে এৰি দিছিল মহম্মদ ঘোৰীক৷ কিন্তু সেই ঘোৰীয়েই শেষ যুদ্ধত পৃথ্বীৰাজ চৌহানক হত্যা কৰিছিল৷আধুনিক…

যুদ্ধবিৰতি ভাৰতে কৰা নাই, পাকিস্তানেহে কৰিছে

এয়া যুদ্ধ বিৰামহে, যুদ্ধ অৱসান নহয়ভাৰতে যুদ্ধৰ সমাপ্তি বিচৰা নাছিলযুদ্ধত কাৰিকৰীভাৱে পৰাজিত পাকিস্তানমাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাৰ প্ৰাকক্ষণত…

ইন্দিৰাকো ধমক দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

ইন্দিৰা গান্ধীয়ে কিন্তু মোদীৰ দৰে পাকিস্তানক ৱাক অভাৰ দিয়া নাছিল৷ তেতিয়াও ইন্দিৰাই যুদ্ধবিৰতি কৰাহ’লে বাংলাদেশৰ জন্মই অসম্ভৱ আছিল৷১৯৭১…

হেড ছাৰে কিয় আঁঠু কাঢ়িবলগীয়া হ’ল?

শিক্ষাৰ্থীয়ে নহয়, বিদ্যালয়ত কাণত ধৰিলে প্ৰধান শিক্ষকেকাণত ধৰি উঠা-বহা কৰিবলগীয়া হ’ল হেডমাষ্টৰেঅৱশ্যে ৰ’ব, ভুলকৈ নুবুজিব৷ প্ৰধান শিক্ষকজনে কোনো…

Social media & sharing icons powered by UltimatelySocial