লাজ-চৰম নাই, মুকলি ঠাইতে কৰিলে অভিসাৰ
কিন্তু টৰ্চ মাৰি দিয়াতহে হ’ল বিপদ
গাৰ্লছ হোষ্টেলৰ বাহিৰৰ এই এক্সক্লুছিভ দৃশ্যটো চাওক৷ নিশা সন্দেহবশতঃ হোষ্টেলৰ বাহিৰখন নিৰীক্ষণ কৰিছিল এদল যুৱতীয়ে৷ অদ্ভুত শব্দৰ পম খেদি তেওঁলোকে টৰ্চ মাৰি সন্মুখৰ পথাৰখন চালে৷ তেতিয়াও দৌৰি ওলাই গ’ল দুই নিৰ্বস্ত্ৰ পুৰুষ-মহিলা৷
এই ঘটনাৰ পিছত হাস্যৰসৰ সৃষ্টি হ’ল৷ কিন্তু স্থানীয় ৰাইজে চিনাক্তও কৰিলে মুকলিতে সম্ভোগ কৰা পুৰুষ-মহিলাক৷ কিন্তু দৌৰৰ কোবত নিবলৈ পাহৰিলে কাপোৰ-কানি৷
প্ৰাপ্ত তথ্য অনুসৰি তেওঁলোকে আছিল স্থানীয় হোষ্টেলৰে আৱাসী৷ নিশা সন্মুখৰ পথাৰত কামলীলাত মত্ত যুৱতীগৰাকী আছিল এটা বিশেষ হোষ্টেলৰ ব’ৰ্ডাৰ৷
তেওঁলোকে অধ্যয়নৰ সূত্ৰে হোষ্টেলত বাস কৰিছিল৷ কিন্তু পঢ়াৰ সলনি ব্যস্ত আছিল কামলীলা৷ পিছে সন্দেহবশতঃ টৰ্চ মাৰি দিয়াৰ ফলতহে ওলাই পৰিল নিশাৰ কামলীলা৷
ঘটনাৰ পিছত যুৱতীগৰাকীক হোষ্টেলৰ পৰা বাহিৰ কৰি দিয়া হ’ল৷ দৌৰৰ কোবত কাপোৰ নিবলৈয়ো পাহৰা লৰাজনে আকৌ নিৰ্বস্ত্ৰ হৈয়েই হোষ্টেলত প্ৰৱেশ কৰিলে৷
গতিকে গোমৰ ফাক হৈ গ’ল সকলো ঘটনা৷ বৰ্তমান এই ঘটনাৰ বিষয়ে ছ’চিয়েল মিডিয়াত চলিছে আমোদজনক চৰ্চা৷
টৰ্চ মাৰি ধৰিলে অন্ধকাৰৰ কামলীলা
