May 3, 2025

পাকিস্তানৰ পতাকা লৈ অসমৰ ৰাস্তাত বীৰত্ব প্ৰদৰ্শন

ডিঙিত লৈছে অসমীয়াৰ গামোচা৷ কিন্তু গাড়ীত ওলমাই লৈছে পাকিস্তানৰ পতাকা৷ এইজন যুৱকৰ নাম গুলজামান ৰহমান৷ তামুলপুৰৰ ৰাস্তাত পাকিস্তানৰ…

পঞ্চায়ত নিৰ্বাচন শেষ হ’লেই ৰাজীৱ ভৱনত লাগিব জু*ই

পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কংগ্ৰেছত হ’ব খহনীয়া৷ কেবাজনো উভচৰ বিধায়কে তাৎক্ষণিকভাৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিব৷…

প্ৰধানমন্ত্ৰীৰ গোপনীয় আলোচনাত থাকে কেমেৰামেন

গোপন বৈঠকত চাৰিফালে আছিল পাঁচটা কেমেৰা৷ গোপন আলোচনাৰ সময়ত ভিডিঅ’ত প’জ দিছিল নৰেন্দ্ৰ মোদীয়ে৷ আগতে কিন্তু কোনেও অন-কেমেৰা…

মুছলমান জোৱানৰ সৈতে মুছলমান মহিলাৰ প্ৰেম আৰু বিবাহ

কেনেকৈ পাকিস্তানী মহিলাৰ সৈতে চিনাকি হৈছিলউত্তৰ দিব লাগিব জোৱান মুনীৰ খানেমুনীৰ খানৰ বিৰুদ্ধে CRPFৰ তদন্তঅৱশ্যে অন্তিম মুহূৰ্তত বাতিল…

অমিত শ্বাহৰ হাতত স্পাইৰ প্ৰতিবেদন

পাকিস্তানে পৰা অস্ত্ৰভাণ্ডাৰ পঠিয়াইছে বাংলাদেশলৈঅসমক টাৰ্গেট কৰি লৈছে পাকিস্তানেভাৰতৰ বাবে বিপজ্জনক হৈ পৰিছে পাকিস্তান-বাংলাদেশৰ মিত্ৰতা৷ দুয়োখন ইছলামিক দেশ…

Social media & sharing icons powered by UltimatelySocial