ধৰ্মীয় নিয়ম নামানে নেকি উলামাই?
আকৌ অসমৰ ইছলাম সমাজক প্ৰত্যাহ্বান জনালে মুস্তাফা কামাল আজহাৰীয়ে৷ ধৰ্মীয় নিয়মৰ বিপৰীতে গৈ তেওঁ বিহু পালন কৰিলে৷ গৰু…
আকৌ অসমৰ ইছলাম সমাজক প্ৰত্যাহ্বান জনালে মুস্তাফা কামাল আজহাৰীয়ে৷ ধৰ্মীয় নিয়মৰ বিপৰীতে গৈ তেওঁ বিহু পালন কৰিলে৷ গৰু…
এশ এবিধ বাদ দিয়ক, দহবিধ শাকো পাবলৈ নাইঅসমীয়াই বিহুত খোৱা শাকৰ এতিয়া বাৰীত অস্তিত্বও নাই৷ আজিৰ চামে ১০…
বছৰেকৰ বিহুৰ দিনটিত ইতিহাসৰ কথা পাতো আহকএই যে বিহুবোৰত অনেকবাৰ জাঁজী নৈৰ কথা উল্লেখ আছে, সেই নদীখন ক’ৰ…
ভণ্টী হেলমেটতো পিন্ধি লোৱানা না নিপিন্ধো দেই, চুলি বেয়া হ’বএইবোৰ কথাই চলি আছে৷ গতিকে ১০০ টকীয়া ভাৰা মাৰি…
শুনি আচৰিত হ’ব, বিহাৰৰ পৰা আহিছে আমৰলি টোপবজাৰত ১২০০ টকা কেজিত বিক্ৰী হোৱা আমৰলি টোপৰ চাহিদা বিহুৰ বতৰত…
বিহুৰ বজাৰত সৰ্বাধিক বিক্ৰী হৈছে কি?আপুনি ভবাৰ দৰে লাও-কোমোৰা অথবা মাংস নহয়সৰ্বাধিক চাহিদা বাঢ়িছে বেতগাজৰচাৰিডাল কুমলীয়া বেতৰ দাম…
চাবোনৰ গুড়ি, ইউৰিয়া আৰু ক’ষ্টিক ছ’ডা মিহলাই গাখীৰ উৎপাদনবিহুতো নাখাব দৈচহৰৰ দৈ খালেই গৰ্ভৱতীৰ পাৰে গৰ্ভপাতচিনাকি গোৱালৰ বাদে…
আমাক পিঠাৰ ফেক্টৰীৰ ভিতৰত সোমাবলৈ নিদিলেকেমেৰা ভাঙি পেলাবলৈ ধৰিলে পিঠা ব্যৱসায়ীয়েগুৱাহাটীৰ হাতীগাঁৱত গোপনে চলি আছে এটা বিশেষ পিঠা…
ফাগুনৰ ধুমুহাই উৰুৱাই নিলে দেহ বৃক্ষৰ পাত, শুকুলা ধূলিৰ গৰ্ভত পোত গ’ল ফুলৰ হুমুনিয়াহ৷বতাহজাকক আমি মিছাতে দোষ দিওঁ,…
আপোনালোকৰ ঘৰত গৰু আছেনে?গৰুক খুৱাবলৈ ঘাঁহ আছেনে?গৰু বিহু পতা অসমীয়াৰ ঘৰত বৰ্তমান গৰু নাই৷ পূৰ্বে এগোহালি গৰু পোহা…