April 2025

চৰকাৰে একো নকৰিলে কাজিৰঙা শেষ হৈ যাব

কাজিৰঙা গুচি বাঁজীৰঙা হ’লবিষয়টো গৌৰৱৰ নহয়,চিন্তনীয়হেবৰ বৰ হৰফেৰে কাকতত প্ৰকাশ হৈছে সদ্যসমাপ্ত ২০২৪-২৫ বিত্তীয় বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ…

ৱাকফ ব’ৰ্ডত কিয় সোমাব হিন্দু?

হিন্দুধৰ্মীয় ন্যাসত মুছলমান আছেনে?এই প্ৰশ্ন সুধিছিল ছুপ্ৰিম ক’ৰ্টেকিন্তু ন্যাস বাদেই দিয়ক, মন্দিৰতো নাই মুছলমানৰ প্ৰৱেশাধিকাৰ৷ ধৰ্মনিৰপেক্ষতাৰ অভেদ্য দুৰ্গ…

নাম সলনি হৈ গ’ল অসমীয়াৰ বাপতি সাহোনৰ

এইবাৰ বিহু অলপ বেলেগগাঁৱত বিহুৰ পিঠাও বিলাইছেআগতে নমতা মানুহকো মাতিছেকিয় বুলি ভাবিছে!কথাবোৰ অলপ বেলেগধৰণৰ৷ এইবাৰৰ বিহুত আগতে কাকো…

Social media & sharing icons powered by UltimatelySocial