আদনান ছামীকো নিদিয়ে থাকিবলৈ
আদনান ছামী যাবগৈ নালাগে, কিন্তু সীমা হায়দৰ যাবই লাগিব৷ ভাৰত এৰি পাকিস্তানলৈ গুচি যাব লাগিব সীমা৷ ভাৰতলৈ আহি…
আদনান ছামী যাবগৈ নালাগে, কিন্তু সীমা হায়দৰ যাবই লাগিব৷ ভাৰত এৰি পাকিস্তানলৈ গুচি যাব লাগিব সীমা৷ ভাৰতলৈ আহি…
ক্ষমা কৰিব ৰাইজমোৰ কেৱল সততা আছেতাৰ বাদে আপোনালোকক চাহ একাপো খুৱাব নোৱাৰোঁডলী চক্ৰৱৰ্তীয়ে ভোট বিচাৰিছে, কিন্তু ভোট পাবলৈ…
হঠাতে উটি গ’ল পাকিস্তান৷ বৰষুণ হোৱা নাই, তথাপি বানে উটুৱাই নিলে পাকিস্তান৷ আচম্বিতে হোৱা প্ৰলয়ৰ ফলত অসংখ্য পাকিস্তানীয়ে…
নৰেন্দ্ৰ মোদীয়ে দিল্লীত ঘোষণা কৰাৰ লগে লগে পাকিস্তানলৈ সিন্ধু নৈ সোঁত বন্ধ কৰাটো অসম্ভৱ৷ পাকিস্তানক পানীৰ পৰা বঞ্চিত…
গণ উন্মাদনা আৰু বাস্তৱৰ মাজত সাদৃশ্য নাই৷ নব্য ৰাষ্ট্ৰীয়তাৰ শক্তিৰে মতলীয়া দেশবাসী প্ৰতিশোধৰ বাবে ব্যাকুল হৈ পৰিছে৷ কিন্তু…
ধাবা নহয়, বেশ্যালয়হেখাদ্যৰ সলনি যোগান ধৰে যুৱতীঅনুমতিবিহীন বেশ্যালয়লৈ পৰ্যৱসিত হৈছে অসমৰ কেবাটাও বাইপাছ৷ ফ’ৰলেনৰ দাঁতিৰ ধাবাত চলিছে শৰীৰৰ…
প্ৰতিশোধৰ বাবে উন্মত্ত দেশবাসীক লাগে যুদ্ধ৷ ইটোৰ পিছত সিটোকৈ গোলা নিক্ষেপ কৰি পাকিস্তানৰ সৰ্বনাশ কৰিবলৈ চৰকাৰক দিছে হেঁচা৷…
মিছা কথা কৈছে দেৱাশিস ভট্টাচাৰ্যইকলিমা গোৱা বুলি গোকাট ফাঁকি কথা কৈছে প্ৰফেছৰ ভট্টাচাৰ্যইলা ইলাহা ইল্লাল্লাহ বুলি গাইহে পহলগামৰ…
মুনাৱাৰ ফাৰুকীক সাৱধান কৰি দিছে অঞ্জলি আৰোৰাই৷ বহুদিনৰ পৰা অশান্তি কৰি থকা ফাৰুকীক কাষৰ পৰা আঁতৰি যাবলৈ অঞ্জলিয়ে…
যুদ্ধৰ নিমিত্তে বিশ্ব সম্প্ৰদায়ৰ সমৰ্থন কামনা কৰিছে ভাৰত চৰকাৰে৷ সেয়ে আজি নতুন দিল্লীস্থিত ৰাষ্ট্ৰদূতসকলক তলব কৰিছে কেন্দ্ৰীয় চৰকাৰে৷…