মুছলমানক উপেক্ষাৰ মাজতে মুনাৱাৰৰ দাবী

মুনাৱাৰ ফাৰুকীক সাৱধান কৰি দিছে অঞ্জলি আৰোৰাই৷ বহুদিনৰ পৰা অশান্তি কৰি থকা ফাৰুকীক কাষৰ পৰা আঁতৰি যাবলৈ অঞ্জলিয়ে সাৱধান কৰি দিছে৷ পূৰ্বে মুনাৱাৰক ইনষ্টাগ্ৰামত ব্লক কৰা বুলি অভিহিত কৰা অঞ্জলিয়ে শেষবাৰলৈ দিছে সকীয়নি৷
বিগত সময়ত অৱশ্যে অঞ্জলি আৰু মুনাৱাৰৰ মাজত আছিল ঘনিষ্ঠ সম্পৰ্ক৷ প্ৰায়ে অঞ্জলিৰ কঁকালত ধৰি কেমেৰাৰ সন্মুখত মুনাৱাৰে প’জ দিছিল৷ তেতিয়া মুনাৱাৰৰ ফ্লেটতে বেছি সময় কটাইছিল সুন্দৰী অঞ্জলি আৰোৰাই৷ তথাপি হঠাতে সময় সলনি হৈ গ’ল৷
শেহতীয়াকৈ মুনাৱাৰক ইনষ্টাগ্ৰামত ব্লক কৰা বুলি অঞ্জলিয়ে দাবী কৰিছিল৷ কিন্তু তলে তলে যে অঞ্জলি মুনাৱাৰৰ প্ৰতি দুৰ্বল সেয়া প্ৰমাণ হৈ গৈছিল৷ মুনাৱাৰে ইনষ্টাগ্ৰামত আপলোড কৰিছিল অঞ্জলিৰ এটা গোপন ভিডিঅ’৷
কিন্তু তাৰ পিছতে খং উঠি গ’ল অঞ্জলি আৰোৰাৰ৷ মুছলমান যুৱকৰ সৈতে প্ৰেম কৰাটো অসম্ভৱ বুলি অঞ্জলিয়ে দাবী কৰিলে৷ লগে লগে ছ’চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্মতে ব্লক কৰি দিলে মুনাৱাৰ ফাৰুকীক৷ গতিকে বৰ্তমান তুংগত উঠিছে দুয়োৰে যুদ্ধ৷
মুনাৱাৰৰ দৰে ল’ৰাক সস্তীয়া বুলি অঞ্জলিয়ে দাবী কৰিছে৷ কুলীন ব্ৰাহ্মণ পৰিয়ালৰ কন্যা হিচাপে তেওঁ কেতিয়াও মুছলমান পৰিয়ালৰ বোৱাৰী হোৱাৰ কথা ভাবিব নোৱাৰে বুলি দাবী কৰিছে অঞ্জলিয়ে৷ কিন্তু বিগত সময়ত অঞ্জলিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি দাবী কৰিছে মুনাৱাৰে৷ তেওঁ প্ৰদৰ্শন কৰিছে বিভিন্ন প্ৰমাণ৷
দুয়ো শাৰিৰীক সম্পৰ্কও গঢ়ি তুলিছিল বুলি মুনাৱাৰে দাবী কৰিছে৷ বিগত সময়ত অঞ্জলিৰ সৈতে কামলীলাত লিপ্ত হোৱা বুলি প্ৰকাশ্যে দাবী কৰিছে মুনাৱাৰে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial