শৰীৰৰ স্পৰ্শ পাবলৈ কাষতে থিয় হ’ল ছাইনী

ষ্টেডিয়ামলৈ পিন্ধি যায় স্পৰ্টছ ব্ৰা৷ প্ৰেমিক গিলক দেখুৱায় গোলাপৰ পাহিৰ দৰে কোমল বুকু৷ তথাপি অন্তৰ নগলে কঠুৱা শুভমনৰ৷ প্ৰেম বিচাৰি ফুৰা প্ৰেয়সীৰ ফালে নাচায়েই গিলে৷ ইমানখিনিৰ পিছতো কিন্তু হাৰ মনা নাই ছাইনি জেটানিয়ে৷
ছাইনীক বিচাৰি আছে বহু পুৰুষে, ছাইনীয়ে আকৌ বিচাৰি ফুৰিছে গিলৰ মন৷ গুজৰাটী তনয়া ছাইনী জেটানিয়ে গিলক চাবলৈয়েই ষ্টেডিয়ামৰ গেলাৰীত বহেগৈ৷ ক্ৰিকেটৰ প্ৰতি নাই তেওঁৰ আকৰ্ষণ৷ তথাপি গিলক চাবলৈয়েই গুজৰাটৰ প্ৰতিখন মেচৰে দৰ্শক হয়গৈ ছাইনী৷
IPLৰ সময়ত এইগৰাকী সুন্দৰীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে গুজৰাট টাইটানছৰ কেপ্টেইন শুভমন গিলৰ প্ৰতি প্ৰেম৷ মনে মনে ছাইনীয়ে ইতিমধ্যে গিলক স্বামী হিচাপে মানি লৈছে৷ কেমেৰাত বাৰম্বাৰ গিলক বন্দী কৰিছে ছাইনীয়ে৷
গিল থকা হোটেলেৰ লবীত ঘণ্টাৰ পিছত ঘণ্টা ৰৈ আছে ছাইনী৷ এবাৰ গিলে তেওঁৰ গালখন চুই দিব বুলিও কৰিছে আশা৷ গিলৰ হাতৰ স্পৰ্শ পোৱাৰ আশাত আগবাঢ়ি গৈছে সুন্দৰী৷ উঠন বুকুৰ ভাঁজ প্ৰকট কৰি দেখুৱাইছে কামোত্তেজক ভংগী৷
দৰ্শকৰ মাজত বহিয়েই গিললৈ চাই আছে ছাইনীয়ে৷ অৱশ্যে বহু চেষ্টাৰ পিছত তেওঁ পাইছে গিলৰ অটোগ্ৰাফ৷ কিন্তু প্ৰেম নিবেদনক শুভমনে গুৰুত্বই দিয়া নাই৷
দামাদ জী বুলি ছাইনীৰ পিতৃয়েও মাতিছে গিলক৷ কিন্তু গিলেহে বুজি পোৱা নাই কথাবোৰ৷ শ্বৰ্টছ পৰিহিত সুন্দৰীৰ চকুলৈয়ো চোৱা নাই গিলে৷ সেয়ে ছাইনীৰ লাগিছে দুখ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial