বান্ধৱীয়ে এনিশাৰ বাবে সলনি কৰি ল’লে স্বামী

দৈহিক সুখৰ বাবে স্বামী বিনিময়
মহিলা দুগৰাকীৰ নাম শালোনি আৰু সৃষ্টি৷ দুই বান্ধৱীয়ে স্বামীৰ সৈতে একেটা এপাৰ্টমেণ্টতে বাস কৰে৷ তেওঁলোকৰ স্বামীদ্বয়ো বন্ধু৷
নৱবিবাহিতা শালোনী আৰু সৃষ্টি কিন্তু স্বামীৰ সৈতে সহবাস কৰি সন্তুষ্ট নহয়৷ শালোনিক স্বামীয়ে দিব পৰা নাই দৈহিক সুখ৷
সেয়ে সৃষ্টিয়ে এটা কঠিন সিদ্ধান্ত গ্ৰহণ কৰিলে৷ তেওঁলোকে ইউটিউবত লাইভ ভিডিঅ’ৰ জৰিয়তে দৰ্শকক জনালে সিদ্ধান্তৰ সবিশেষ৷
দুই বান্ধৱীয়ে স্বামী বিনিময় কৰিবলৈ সিদ্ধান্ত ল’লে৷ শালোনীৰ স্বামীৰ সৈতে ৰাত্ৰিযাপন কৰিলে সৃষ্টিৰ পতিয়ে৷ একেদৰে সৃষ্টিৰ স্বামীৰ শয্যাসংগিনী হ’ল শালোনিৰ পতি৷
একেজন পুৰুষৰ সৈতে সংগম কৰি আমনি লগা বুলি দুই বান্ধৱীয়ে ইউটিউবৰ দৰ্শকক জনাই দিলে৷ গতিকে তেওঁলোকে সলনি কৰি ল’লে স্বামী৷
এই সিদ্ধান্তৰ বিৰোধিতা নকৰিলে শালোনি আৰু সৃষ্টিৰ স্বামীয়ে৷ সিদ্ধান্ত মানি তেওঁলোকে পত্নীৰ বান্ধৱীক দিলে শাৰিৰীক সুখ৷
এপাৰ্টমেণ্টত সংগমৰ পূৰ্বে সাজু হোৱাৰ দৃশ্য ইউটিউবত শালোনিয়ে আপলোড কৰিছে৷ পৰপুৰুষৰ সৈতে অভিসাৰৰ অভিজ্ঞতাৰ কথাও ছাবস্ক্ৰাইবাৰক জনাইছে সুন্দৰী মহিলাই৷
কিন্তু তেওঁলোকৰ স্বামী বিনিময়ক মানি ল’ব পৰা নাই বেছিভা দৰ্শকে৷ ঘোৰ কলিকাল চলিছে বুলি দুয়োকে ঠাট্টা কৰিছে সকলোৱে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial