খালী বাছত গাভৰুৰ গাত গা ঘেলাই ধৰা পৰিল পাষণ্ড

গাড়ীখনত ছিট খালী হৈ আছে, কিন্তু মানুহজন নবহে৷ গাভৰু সহযাত্ৰীৰ গাত ভেজা দি থিয় হৈ আছে বৃদ্ধ৷ যুৱতীগৰাকী অতিষ্ঠ হৈছে৷ কিন্তু বৃদ্ধই গা ঘেলাই কৰিছে আমনি৷
এই ভিডিঅ’টো মধ্য অসমৰ এখন বাছৰ৷ উক্ত বাছখনৰ যাত্ৰীজনক কণ্ডাক্টৰে ছিটত বহিবলৈ অনুৰোধ কৰিছিল৷ খালী গাড়ীখনত কিন্তু বৃদ্ধ লোকজন বহিবলৈ মান্তি নহ’ল৷ যিটো ছিটত মহিলা যাত্ৰী বহি আছিল, তাৰে ওচৰত থিয় হৈ থাকিল বৃদ্ধজন৷
ছিটৰ কাষত ৰৈ বহি থকা মহিলাৰ গাত নিজৰ শৰীৰ ঘঁহাবলৈ চেষ্টা কৰিলে কামাতুৰ লোকজনে৷ তেওঁক আঁতৰি যাবলৈ অনুৰোধ কৰিলে মহিলা যাত্ৰীয়ে৷ কিন্তু আঁতৰিও নাযায় তেওঁ৷
গাভৰুৰ দেহত গা ঘেলাই দীৰ্ঘ বাট লোকজনে অতিষ্ঠ কৰিলে৷ তেওঁক বাছৰ প্ৰতিজন যাত্ৰীয়ে নিৰীক্ষণ কৰিলে৷ লুঙী পৰিহিত লোকজনে তথাপি লাজ নাপালে৷ মহিলাৰ শৰীৰ স্পৰ্শ কৰাৰ লোভত দীৰ্ঘ বাট থিয় হৈয়েই থাকিল লোকজন৷
খালী বাছখনত আসন থকাৰ পিছতো তেওঁ নবহিলে৷ বয়সীয়াল লোকজনৰ কামাতুৰ চৰিত্ৰ বুজি মহিলা যাত্ৰী সাৱধান হ’ল৷ কিন্তু তেওঁ বাছতে লিংগ ঘৰ্ষণ কৰি মহিলা যাত্ৰীক কাৰ্যতঃ নিৰ্যাতন কৰিলে৷
এনে বৃদ্ধইহে অকলশৰে পালে যিকোনো মহিলাকে আতিশয্য কৰিব সেয়া খাটাং৷ নিশ্চিত বলাৎকাৰী পাষণ্ডই বাছত এদল যাত্ৰীৰ সন্মুখতে মহিলাৰ শৰীৰত গা ঘেলাবলৈ লাজ কৰা নাই৷ গতিকে অকলশৰে পাষণ্ড কিমান বিপজ্জনক সেয়াসহজে অনুমেয়৷
এই ঘটনাৰ ভিডিঅ’ প্ৰথমে বৰা উপাধিৰ এগৰাকী মহিলাই ফে’চবুকত আপলোড কৰিছিল৷ তেওঁ প্ৰথম পাষণ্ড বৃদ্ধৰ নিৰ্যাতনৰো বলি হৈছিল৷ কিন্তু মিঞা বৃদ্ধই পিছলৈ আন এগৰাকী গাভৰুক লক্ষ্য কৰি ল’লে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial