March 2025

ৰিয়ানৰ জৰিয়তে অমৃত লগ্নত উপনীত অসম ক্ৰিকেট

আঘাতগ্ৰস্ত সঞ্জু ছেমছনে নেখেল, গতিকে ৰাজস্থান ৰয়েলছৰ কেপ্টেইন হ’ব ৰিয়ান পৰাগ৷ অসমৰ প্ৰথম ক্ৰিকেটাৰ হিচাপে IPL ফ্ৰেন্সাইজীক নেতৃত্ব…

কিষাণগঞ্জ ষ্টেশ্যনত যে ঘপিয়াই মাৰিছিল অসমৰ যুৱকক!

বিহাৰৰ কিষাণগঞ্জৰ পৰা গহপুৰৰ বাবুল বৰাই পত্নীলৈ ফোন কৰিছিলতোমালোক ভালকৈ থাকিবসিহঁতে এতিয়া মোক মাৰি পেলাবকঁপালত যি আছে তাকেই…

আজি প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ মৃত্যুতিথি

আজি ভৃগু ফুকনৰ মৃত্যুতিথিঅসমৰ জাতীয়তাবাদী আন্দোলনৰ দ্বিতীয় প্ৰজন্মৰ সবাতোকৈ মেধাৱী নেতাজনক কিন্তু কোনেও মনতে নেপেলালে৷ তাহানিৰ গৃহমন্ত্ৰী ফুকনৰ…

Social media & sharing icons powered by UltimatelySocial