ডিব্ৰুগড়-যোৰহাটৰ অভাৰব্ৰীজতো শ শ মিঞা
হিন্দুৰ উৎসৱত মিঞাক দোকান দিবলৈ নিদিয়ে৷ কিন্তু অভাৰব্ৰীজ সাজিবলৈ মিঞা নহ’লেই নচলে৷গুৱাহাটীৰে চানমাৰি কলনিত নিৰ্মাণ কৰি থকা হৈছে…
হিন্দুৰ উৎসৱত মিঞাক দোকান দিবলৈ নিদিয়ে৷ কিন্তু অভাৰব্ৰীজ সাজিবলৈ মিঞা নহ’লেই নচলে৷গুৱাহাটীৰে চানমাৰি কলনিত নিৰ্মাণ কৰি থকা হৈছে…
IPLত ভাল খেলিবই ৰায়িন পৰাগে৷ কাৰণ মেচ চোৱাৰ বাবে গুৱাহাটীলৈ আহিব ৰিয়ানৰ ড্ৰীমগাৰ্ল অনন্যা পাণ্ডে৷ৰিয়ান পৰাগক চাবলৈ গুৱাহাটীত…
কথাখিনি আগেয়ে শুনি লওকঅৱশ্যে কথাটো ৰূপজ্যোতি কুৰ্মিয়েও অস্বীকাৰ কৰা নাই৷ সামান্য বিকাৰ আছে বুলি তেৱোঁ স্বীকাৰ কৰিছে৷কিন্তু সদনত…
কাহিনীটো অলপ বেলেগধৰণৰআগতে ছাত্ৰ সংগঠনে ৰাকেশ পালৰ পৰা নিজৰ কোটাত APSCৰ চাকৰি লৈছিল৷ সেই অভিযোগৰ ভিত্তিত তদন্তও হৈছিল৷…
আপুনি নিশ্চয় যুৱতীগৰাকীক চিনি পাইছেযদি পোৱা নাই তেন্তে পৰিচয়টো শুনকতেওঁ হিন্দী চিনেমা আৰু সংগীতৰ সৈতে জড়িতনাম পলক মুচ্ছলবলীউডৰ…
৪০ ছেকেণ্ড দীঘল অধোবায়ু ত্যাগ কৰি অভিলেখ ৰচনা কৰিলে আমেৰিকাৰ পুৰুষে৷ দেশখনৰ টেলিভিশ্য়নতো সম্প্ৰচাৰিত হ’ল এই ফাৰ্টিং কম্পিটিশ্যন৷…
১৩ বছৰতে কোটিপতি হৈছিল বৈভৱ সূৰ্যবংশী৷ কিন্তু নাবালক কোটিপটিক IPL খেলিবলৈ নিহিয়ে ৰাজস্থান ৰয়েলছে৷IPLৰ নিলামত ৰাজস্থান ৰয়েল্ছে ১…
যি হয় হৈ থাককমথাউৰি নাসাজে ঠিকাদাৰে২০২৩-২৪ বৰ্ষতে বানে ছিঙা মথাউৰি নিৰ্মাণ কৰি এই পৰ্যন্ত ধন লাভ কৰা নাই…
তেজপুৰত শেষেই হোৱা নাই ৰাছেল ভাইপাৰৰ তাণ্ডৱ৷ তেৰ নম্বৰটো বিষাক্ত ৰাছেল ভাইপাৰ উদ্ধাৰ হোৱাৰ পিছত আকৌ সন্ত্ৰস্ত হৈ…
হিন্দু যুৱকক কোনেও নিবিচাৰে, সকলোকে লাগে মুছলমান ড্ৰাইভাৰ৷ নিজৰ গাড়ী চলাবলৈ ৰাজনৈতিক নেতা অথবা ব্যৱসায়ীয়েও ইছলামধৰ্মী ড্ৰাইভাৰ বিচাৰে৷…