বেলতলাত এইদৰে উদ্ভণ্ডালি কৰিছিল মণিপুৰী যুৱতীয়ে
কেৱল এয়াই নহয়, নিশাৰ গুৱাহাটীত সদায় অৰ্ধ উলংগ মণিপুৰী অথবা নগা যুৱতীয়ে যৌনতাৰ পোহাৰ মেলে৷
সাতভনীৰ একতাৰ কথা অসমৰ ৰাইজে কৈ থাকোতেই গ’ল৷ মিজোৰামৰ বাদে এখনো ৰাজ্যৰ জনজাতীয় লোকে অসমীয়াক দেখিবই নোৱাৰা হ’ল৷ মণিপুৰ, নাগালেণ্ড আদিৰ যুৱক-যুৱতীয়ে কৰ্মসূত্ৰে বাস কৰি কলুষিতহে কৰিছে গুৱাহাটীক৷ বিশেষকৈ মণিপুৰী, নগা আৰু অৰুণাচলী যুৱতীয়ে গুৱাহাটীত মেলিছে যৌনতাৰ বজাৰ৷
গুৱাহাটীৰ যৌনতাৰ বজাৰখনৰ সৈতে জড়িত বেছিভাগ যুৱতীয়েই হৈছে চুবুৰীয়া ৰাজ্যৰ৷ তেওঁলোকে প্ৰথমে পঢ়িবলৈ আহি গুৱাহাটীৰ বাৰত নৰ্তকী বা বাৰটেণ্ডাৰ হিচাপে কাম কৰে৷ তেতিয়াৰ পৰাই আৰম্ভ হয় মণিপুৰী, নগা আৰু অৰুণাচলীৰ যৌনতাৰ পৰিক্ৰমা৷
বাৰৰ চহকী গ্ৰাহকক সান্নিধ্যৰ বিনিময়ত তেওঁলোকে মোটা অংকৰ ধন উপাৰ্জন কৰে৷ স্থায়ী উপাৰ্জনৰ উৎস নোহোৱাকৈ হঠাতে ধনী হৈ পৰে পাহাৰীয়া ৰাজ্যৰ যুৱতী৷ সেইসকলেই অসমৰ যুৱতীকো যৌনতাৰ বজাৰখনৰ সৈতে চিনাকী কৰাই দিয়ে৷ কেনেকৈ শ্বৰ্টকাটেৰে ধন উপাৰ্জন কৰিব পাৰি সেয়াও শিকায় জনজাতীয় যুৱতীসকলেই৷
তেওঁলোকে গুৱাহাটীত বাহৰ পতাৰ পিছত কাপোৰে সলনি হৈ যায়৷ ঘৰৰ পৰা তাকৰীয়া সম্বল লৈ অহা যুৱতীসকলে পিন্ধিবলৈ লয় আধুনিক কাপোৰ৷ শৰীৰ উদঙাই গুৱাহাটীত কাপোৰ পিন্ধা যুৱতীসকলৰো বেছিভাগেই অসমৰ নহয়৷
তেওঁলোকে হিন্দীভাষী বণিয়াৰ শৰীৰৰ ভোক পূৰণ কৰি চহকী জীৱন যাপনৰ বাবে ধন উপাৰ্জন কৰে৷ গুৱাহাটীৰ বেছিভাগ হোটেলৰ বেশ্যাও হৈছে অৰুণাচলী নাইবা মণিপুৰী যুৱতীৰ৷ তেওঁলোকৰ সৈতে হোটেল বা লজৰ কৰ্মচাৰীৰ সংযোগ থাকে৷ সেয়ে গ্ৰাহক সহজেই লাভ কৰে এইসকল যুৱতীয়ে৷
গুৱাহাটীৰ তেতেলীয়াত থকা এখন বিলাসী হোটেলত প্ৰায়েই নিশা মণিপুৰী যুৱতীয়ে ভিৰ কৰে৷ তেওঁলোকে চহকী পুৰুষৰ সৈতে হোটেলত নিশা যাপন কৰি পুৱালৈ উপাৰ্জন কৰে ধন৷
এইসকলৰ বিলাসী জীৱনে পথভ্ৰষ্ট কৰিছে অসমৰ যুৱতীক৷ শৰীৰটোকে মূলধন কৰি নগা, অৰুণাচলী বা মণিপুৰী যুৱতীয়ে বিলাসী জীৱন কটাইছে৷ ফলত লোভত পৰি বিপথে গৈছে অসমৰ যুৱতী৷ এয়াই বাস্তৱ সত্য৷
অসমৰ ছাত্ৰীক পথভ্ৰষ্ট কৰিছে এইসকল যুৱতীয়ে
