পইচা নিদিলে কাকো শৰীৰ স্পৰ্শ কৰিবলৈ নিদিয়ে তেওঁ৷ কিন্তু পইচা পালে এপদ এপদকৈ কাপোৰ খুলি তেওঁ দেখুৱাই দিব উলংগ শৰীৰ৷
ধনৰ বিনিময়ত সতীত্ব হৰণ কৰিবলৈ অচিনাকি পুৰুষক অনুমতি দিব শ্বেতাংগ সুন্দৰীয়ে৷ এই চৰ্তৰে তেওঁ লাভ কৰিছে কেবাকোটি টকা৷ অসূৰ্যস্পৰ্শা শৰীৰ স্পৰ্শ কৰিবলৈ দিয়াৰ বাবে তেওঁ নিলাম অনুষ্ঠিত কৰিছিল৷
ব্ৰিটেইনৰ ২২ বছৰীয়া যুৱতীগৰাকী মতে বহুতে প্ৰেমৰ নামত সতীত্ব হেৰুৱায়৷ তেওঁলোকে ধন নোপোৱাকৈয়ে পুৰুষক শৰীৰ সঁপি দিয়ে৷
কিন্তু অৰ্থনৈতিক লাভ নোহোৱাকৈ কৌমাৰ্য হেৰুৱাবলৈ অনিচ্ছুক ব্ৰিটিছ সুন্দৰীগৰাকী৷ সেয়ে সতীত্ব হৰণ কৰিবলৈ আগ্ৰহী পুৰুষৰ মাজত তেওঁ নিলাম অনুষ্ঠিত কৰিছিল৷
সেই নিলামত ভাৰতীয় অংকত ১৮ কোটি টকাৰ বিনিময়ত তেওঁৰ সতীত্ব ক্ৰয় কৰিলে এজন অভিনেতাই৷ অজ্ঞাত অভিনেতাজনে যুৱতীগৰাকীক এই ধনৰাশি প্ৰদান কৰিলে৷
তাৰ বিনিময়ত অভিনেতাজনৰ শয্যাসংগিনী হ’ল ২২ বছৰীয়া ব্ৰিটিছ ব্ল’ণ্ড বিউটী৷ ধনৰ বিনিময়ত তেওঁ সতীত্ব হেৰুৱালে৷ তথাপি নাই দুখ৷
১৮ কোটি টকাত হ’ল শয্যাসংগিনী
