ইছলামিক নিয়ম ভংগ কৰিলে হাছিনে

ইছলামিক নিয়ম ভূলুণ্ঠিত কৰিছে মুছলমান সুন্দৰীয়ে৷ পৱিত্ৰ ৰমজান মাহত তেওঁ খেলিছে হোলী৷ কুৰআনে হাৰামে বুলি অভিহিত কৰাৰ পিছতো তেওঁ সৰ্বশৰীৰত ফাকুৱা সানিছে৷ হোলী খেলাৰ পিছত অৰ্ধনগ্ন হৈ ফটো উঠিছে মুছলমান সুন্দৰী৷
এই মহিলাগৰাকী হৈছে হাছিন জাহান৷ ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিচ্ছেদিত পত্নী হাছিন জাহানে উদ্দাম নৃত্য কৰি হোলী উদযাপন কৰিছে৷
অৱশ্যে পূৰ্বেও হাছিন জাহানে খেলিছিল ফাকুৱা৷ পিছে এইবাৰ ৰমজান মাহৰ বাবে তেওঁক ইছলামিক নিয়ম ভংগ নকৰিবলৈ উলামাই আহ্বান জনাইছিল৷
তথাপি হাছিনে নুশুনিলে কাৰোৰে কথা৷ তেওঁ ৰমজানতো ৰোজা পালনৰ বিপৰীতে হোলী খেলিলে৷ শৰীৰ প্ৰদৰ্শন কৰা কাপোৰো পিন্ধিলে হাছিনে৷
পেট-বুকু সৰ্বস্ব দেখুৱাই হাছিনে খেলিলে হোলী৷ তেওঁ লগৰীয়াৰ সৈতে উত্তেজক ভংগীৰে ফটো উঠিল৷ তেওঁ ৰং সনা বুকু দেখুৱাই কেমেৰাৰ সন্মুখত থিয় হ’ল৷
হাছিনৰ উপৰি কন্যায়ো খেলিলে হোলী৷ ইছলামিক নিয়ম ভংগ কৰি তেওঁ ৰমজানত ৰঙৰ উছৱ পালন কৰিলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial