বয়সত ডাঙৰ ৰেখাকো কৰিছিল অত্যাচাৰ

অমিতাভ বচ্চনৰ প্ৰেয়সীকো ভোগ কৰিছিল অক্ষয় কুমাৰে ৰেখাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল অক্ষয়ৰ বহুদিন ৰেখা আৰু অক্ষয়ে লিভিং টুগেডাৰো কৰিছিল অক্ষয়ৰ কুমাৰৰ পত্নী হোৱাৰ বাবে দেহ-মন উজাৰি দিছিল ৰেখাই৷ বয়সত অক্ষয়ৰ তুলনাত বহুত ডাঙৰ, কিন্তু তেওঁ অক্ষয়ক স্বামী হিচাপে মানি ল’বলৈ বিচাৰিছিল৷ সেয়ে অক্ষয়ৰ কথামতেই চলিছিল ৰেখা ফ্লেটত অক্ষয়ে কৰা অত্যাচাৰো নীৰৱে সহি আছিল ৰেখাই৷ কিন্তু সেইসময়ত ৰবীনা টেণ্ডনৰ সৈতে অক্ষয়ৰ আছিল প্ৰেমৰ সম্পৰ্ক ৰবীনাক অক্ষয় কুমাৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল৷ বহুদিনীয়া প্ৰেমৰ পিছত ৰবীনা আৰু অক্ষয়ৰ বিবাহো প্ৰায় নিশ্চিত হৈ পৰিছিল ৰবীনাই বিয়াৰ বাবে জোৰ দিছিল অক্ষয় কুমাৰক কিন্তু ৯০ৰ দশকৰ এই জনপ্ৰিয় যুটিটোৰ হঠাতে ব্ৰেক-আপ হৈছিল৷ কিন্তু কিয় তেওঁলোকৰ বিচ্ছেদ হৈছিল সেয়া এতিয়াহে প্ৰকাশ কৰিছে ৰবীনাই৷ তেওঁৰ মতে অক্ষয় কুমাৰ আছিল বহুগামী এগৰাকী মহিলাই তেওঁৰ যৌনক্ষুধা পূৰণ কৰিব নোৱাৰে সেয়ে প্ৰেম দুৰ্বাৰ গতিত চলি থকা সময়তো অক্ষয়ে গোপনে কেবাগৰাকী মহিলাৰ সৈতে সম্পৰ্ক কৰিছিল বয়সত বহু ডাঙৰ ৰেখাৰ সৈতে হলিগলি আছিল অক্ষয়ৰ৷ একেসময়তে সুস্মিতা সেনৰ সৈতেও অক্ষয়ে প্ৰেম কৰিছিল৷ ৰেখাৰ উপৰি সুস্মিতাৰ সৈতেও লিভিং টুগেডাৰ কৰিছিল অক্ষয়ে কেৱল সেয়াই নহয়, শিল্পা ছেট্টীৰ সৈতেও অক্ষয়ৰ সম্পৰ্ক আছিল বিদেশ ভ্ৰমণলৈয়ো শিল্পাক লৈ গৈছিল অক্ষয়ে সেয়ে ৰবীনাই তেওঁৰ সৈতে ছেদ কৰিছিল প্ৰেমৰ সম্পৰ্ক

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial