মধ্যপ্ৰদেশৰ এখন নাৰ্ছিংহোম বিশেষ ৰোগীজন চিকিৎসাৰ বাবে ভৰ্তি হৈছিল তেওঁৰ পত্নীক কোৱা হ’ল- স্বামীৰ অৱস্থা ভাল নহয় গতিকে সোনকালে টকা যোগাৰ কৰক। পত্নীয়েও টকা ৫০ হেজাৰ গোটাই নাৰ্ছিংহোমত জমা দিলে পিছত চিকিৎসকে ৰোগীৰ পত্নীক ক’লে- তেওঁৰ স্বামীৰ অৱস্থা সংকটজনক আৰু তেওঁ ইতিমধ্যে ক’মাত আছে সৰহকৈ টকা যোগাৰ কৰিব পাৰিলেহে ৰোগীক বচোৱাৰ চেষ্টা কৰি চাব পাৰে বুলি চিকিৎসকে পত্নীক ক’লে। গতিকে নিৰুপায় পত্নীয়েও ১ লাখ টকা যোগাৰ কৰি চিকিৎসালয়খনত উপস্থিত হ’ল৷ কিন্তু ইতিমধ্যেই ICUত চিকিৎসাধীন স্বামীয়ে হাতত প্ৰস্ৰাৱৰ বেগ হাতত লৈ পলাই আহি ৰাস্তা পালেহি এই দৃশ্য দেখি হতবাক হৈ পৰিল বাটৰুৱা চৌদিশে হুলস্থুল লাগিল ৰাইজৰ প্ৰতিক্ৰিয়াৰ পিছত চৰকাৰে ঘটনাক লৈ এক তদন্তৰ নিৰ্দেশ দিছে খবৰ অনুসৰি ৰোগীয়ে কিবাপ্ৰকাৰে চিকিৎসকে তেওঁৰ পত্নীক কোৱা মিছা কথাবোৰ গম পাইছিল সেয়ে অৱশেষত ICUৰ পৰা পলায়ন কৰিলে কিন্তু তাৰ পিছতে ৰোগীজনক সুস্থ বুলি হস্পিতেল কৰ্তৃপক্ষই ঘোষণা কৰিছে গতিকে বৰ্তমান প্ৰশ্ন উত্থাপিত হৈছে যে কেনেকৈ ক’মাত থকা ৰোগী হঠাতে সুস্থ হৈ পৰিল চিকিৎসা ব্যৱসায়ৰ নিকৃষ্ট ৰূপ বিশেষ ৰোগীজনে ফাদিল কৰিছে বিজেপি শাসিত ৰাজ্যত ধৰা পিছে নাৰ্ছিংহোমৰ ঘৃণনীয় বেপাৰ