হজযাত্ৰীৰ পৰা আত্মসাৎ কৰিলে ৪৫ কোটি টকা

হজ যাত্ৰাৰ নামত অসমৰ প্ৰায় ৬ হাজাৰ হাজীৰ পৰা হজ কমিটীয়ে আদায় কৰিছে অতিৰিক্ত ৭৫ হাজাৰ টকা অসমৰ হাজীসকলৰ পৰা অন্যায়ভাৱে লোৱা মুঠ ৪৫ কোটি টকা দুবছৰে হজ কমিটীয়ে ওভতাই দিয়া নাই তথ্য অনুসৰি অসমৰ প্ৰতিগৰাকী হজযাত্ৰীয়ে হজ, বিশেষ বিমানৰ ভাড়া আদিকে ধৰি সম্পূৰ্ণ পেকেজটোৰ বাবদ মুঠ ৩,৮২,২৭৯ টকাকৈ আদায় দিছিল কিন্তু বিশেষ বিমানেৰে পোনে পোনে ছৌদিলৈ নিয়া নহ’ল তাৰ পৰিৱৰ্তে হজযাত্ৰীসকলক দিল্লী আৰু মুম্বাই হৈ ছৌদিলৈ নিয়া হৈছিল৷ কিন্তু বিশেষ বিমানৰ ভাড়াৰ বাবদ ১ ৫৪,৬৯৪ টকাকৈ সংগ্ৰহ কৰা হৈছিল যিহেতু বিশেষ বিমানৰ সুবিধা প্ৰদান কৰা নহ’ল, সেয়ে হজ কমিটীক ধনৰাশি ঘূৰাই দিয়াৰ আহ্বান জনোৱা হৈছিল৷ কিন্তু বাৰম্বাৰ আহ্বানৰ পিছতো ভাৰতীয় হজ কমিটীয়ে জনায় ধন ঘূৰাই দিয়া নাই অসমৰ হজযাত্ৰীসকলৰ মুঠ ৪৫ কোটি টকা এতিয়াও ভাৰতীয় হজ কমিটীৰ বিষয়ববীয়াই আত্মসাৎ কৰি ৰাখিছে গতিকে হজযাত্ৰীসকলক প্ৰতাৰণাৰো অভিযোগ উত্থাপিত হৈছে কিন্তু এই সন্দৰ্ভত কেবাবাৰো আহ্বানৰ পিছতো হজ কমিটীয়ে যাত্ৰীক ওভতাই দিয়া নাই ধন গতিকে অসম গৰীয়া পৰিষদে এই বিষয়ে চৰকাৰক অভিযোগ দাখিল কৰিছে তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীলৈয়ো প্ৰেৰণ কৰিছে পত্ৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial