জীনছৰ চেইন খুলি পেণ্টী প্ৰদৰ্শন কৰিলে সুন্দৰী কন্যাই
ভুলতে নহয়
ইচ্ছাকৃতভাৱে তেওঁ দেখুৱাই দিলে অন্তৰ্বাস
শৰীৰ প্ৰদৰ্শন কৰা সুন্দৰী হৈছে শ্বেহনাজ গিল৷ বলীউডৰ সুন্দৰী অভিনেত্ৰীগৰাকী বৰ্তমান আছেগৈ ছিডনীত৷
বিদেশ ভ্ৰমণৰ সময়ত শ্বেহনাজে ইনষ্টাগ্ৰামত আপলোড কৰিছে কেবাখনো ফটো৷ এবাৰ তেওঁ ছুইমছ্য়ুট পিন্ধিও কৰিছে ফটোছেশ্য়ন৷
কিন্তু ছুইমছ্য়ুট পৰিধানৰ সময়ত ইচ্ছাকৃভাৱে জীনছৰ হুক নামাৰিলে শ্বেহনাজে৷ তেওঁ খুলি ৰাখিলে জীনছ পেণ্টৰ জীপডালো৷
ফলত কেবাখনো ফটোত দৃশ্যমান হ’ল শ্বেহনাজ গিলৰ পেণ্টী৷ প্ৰেমিক সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছত অকলশৰীয়া হোৱা শ্বেহনাজৰ এই ফটোখনক কিন্তু সহজে ল’ব পৰা নাই অনুৰাগীয়ে৷
গতিকে ইনষ্টাগ্ৰামত ককৰ্থনাৰ সন্মুখীন হৈছে শ্বেহনাজ৷ কেৱল ভাইৰেল হোৱাৰ বাবেই শ্বেহনাজে পেণ্টী প্ৰদৰ্শন কৰা বুলি অভিহিত কৰিছে অনুৰাগীয়ে৷
শৰীৰ প্ৰদৰ্শন কৰি শপল হ’বলৈ চেষ্টা কৰাৰ বাবে ৰাজহুৱা নিন্দাৰ বলি হৈছে শ্বেহনাজ৷ সকলোৰে মতে বহুদিন লাইমলাইটত নথকা বাবে শ্বেহনাজে শ্বৰ্টকাট অৱলম্বন কৰিছে৷
সেয়ে তেওঁ খুলিছে কাপোৰ৷ শালীনতা ৰক্ষা নকৰাৰ বাবে শ্বেহনাজক কটু কথা শুনাইছে অনুৰাগীয়ে৷ পূৰ্বে বলীউডৰ শালীন অভিনেত্ৰী হিচাপে জনাজাত শ্বেহনাজে পিছে এইপৰ্যন্ত ফটো ডিলিট কৰা নাই৷
কেমেৰাৰ সন্মুখত শালীনতা বজাই ৰখা শ্বেহনাজ অধঃপতনে গ’ল বুলি ক্ষোভ প্ৰকাশো কৰিছে অনুৰাগীয়ে৷ পেণ্টৰ চেইনডাল মাৰি ল’বলৈয়ো তেওঁলোকে শ্বেহনাজক উপদেশ দিছে৷
অষ্ট্ৰেলিয়াত ভুল কৰিলে বিধৱা শ্বেহনাজে!
