নিজৰ জালত নিজে সোমোমাব সাৱধানে থাকিব লোভ নকৰিব মনত ৰাখিব ভাৰতবৰ্ষৰ মাত্ৰ ১০% মানুহেহে মাহিলী ২৫,০০০ টকাতকৈ বেছি আয় কৰে তেনে স্থলত ১২ লাখ টকালৈ আয়কৰ মাফ কৰা মানে প্ৰতি মাহত এক লাখকৈ উপাৰ্জন কৰিব লাগিব মাহিলী ১ লাখ টকা ঘটাসকলৰ বাবে নিৰ্মলা সীতাৰমণে আয়কৰ মাফ কৰি দিছে কিন্তু ইয়াত এটা অংক আছে অংকটো শুনক এতিয়া বহুতে লোনৰ লোভত ইনকাম টেক্স ফাইলত ১২ লাখ টকা উপাৰ্জন কৰা দেখুৱাব যাতে বেংকৰ পৰা লোন পায়। বছৰি ১২ লাখ টকা নঘটিলেও বহুতে ঋণৰ লোভত কাগজে-কলমে অধিক উপাৰ্জন প্ৰদৰ্শন কৰিব এই বুদ্ধি কৰিলে বেংকৰ পৰা ঋণ পাবও অৰ্থাৎ লোন পাবলৈ আপুনি যোগ্য বিবেচিত হ’ব কিন্তু সৰ্বনাশ হ’ব দুবছৰৰ পিছত কিয়নো সমগ্ৰ ব্যৱস্থাৰ ছাবি-কাঠি এঠাইতে আছে দুবছৰ পিছত চৰকাৰে আয়কৰৰ ৰেহাই হঠাতে ৫ লাখলৈ কমাই দিব তেতিয়া কিন্তু যিসকলে নিজৰ বছৰি উপাৰ্জন মিছাকৈ ১২ লাখ টকা দেখুৱাইছিল তেওঁলোক ধৰা পৰিব আয়কৰ নিদিয়াৰ বাবে বছৰি উপাৰ্জন ৫ লাখ টকা দেখুৱালেই চৰকাৰী নজৰত পৰিব সেইসকলৰ প্ৰকৃত উপাৰ্জন বিত্তীয় প্ৰতিষ্ঠানে মানি নল’ব গতিকে এই বুদ্ধিটো নকৰিব