কিয় এই কামটো কৰিলে যৌৱনমতীয়ে

পাতল শাড়ীখনে আবুৰ কৰি ৰাখিছিল উঠন বুকুখন তেনেতে সুন্দৰীয়ে নিজে হাতেৰে খহাই দিলে শাড়ীখন তাৰ পিছত ওচৰলৈ গৈ এজন পুৰুষে উদঙাই পেলালে যুৱতীগৰাকীৰ বুকু শাড়ীখন কৌশলেৰে আঁতৰাই কেমেৰাৰ সন্মুখত উদং বুকুৰে থিয় হোৱা যুৱতীগৰাকীৰ নাম শ্ৰিয়া চৰণ লগে লগে কেমেৰাৰ ফ্লেছে চেলেকি গ’ল শ্ৰিয়াৰ সৰ্বশৰীৰ বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখত প’জ দিয়াৰ কৌশলে অবাক কৰিছে অনুৰাগীক কৌশলেৰে শাড়ীখন আঁতৰাই ক্লিভেজ প্ৰদৰ্শন কৰা শ্ৰিয়া অৱশ্যেই ৰূপৱতী৷ বয়স ৪২ বছৰ হ’লেও শ্ৰীয়া হৈ আছে যৌৱনমতী তেওঁৰ ৰূপৰ তাৰিফ কৰা লোকৰ অভাৱ নাই৷ বলীউডত অনবৰতে চলি থাকে শ্ৰীয়াৰ যৌৱনৰ প্ৰশংসা দৃশ্যমৰ নায়িকা শ্ৰীয়া নিজৰ ফিগাৰকলৈয়ো সচেতন বহু যতনেৰে মেণ্টেইন কৰা ফিগাৰ কেমেৰাৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ শ্ৰীয়া সাজু হৈ থাকে সেয়ে ৰাজহুৱা স্থানতে বুকুৰ পৰা খহাই পেলায় শাড়ী৷ উদঙাই দেখুৱায় বক্ষ প্ৰদেশ অৱশ্যে ফিগাৰৰ বাবেই শ্ৰীয়াই মাতৃ হ’বলৈ মন নকৰে বুলিও চলিছে চৰ্চা গৰ্ভধাৰণ কৰি জিমৰ দ্বাৰা অটুট কৰি ৰখা স্বাস্থ্যৰ ক্ষতি হ’ব বুলি তেওঁ ভয় কৰে সেয়ে মাক হ’বলৈ নিবিচাৰে শ্ৰিয়াই

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial