শীতৰ নিশা কথা পাতিলে প্ৰধানমন্ত্ৰীয়ে

সাংবাদিকৰ ঠাণ্ডা লাগিছে নেকি বুলিও চিন্তা কৰে মোদীয়ে দিল্লীৰ উৎকট শীতপ্ৰবাহৰ সময়ত সাংবাদিকক ভালকৈ থাকিবলৈয়ো পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰীয়ে দলীয় কাৰ্যালয়ত সভাৰ পিছত ওলাই মোদীয়ে লগ পায়েই দিলে সাংবাদিকক কেইটামান উপদেশ প্ৰধানমন্ত্ৰীয়ে সভা সামৰি ওলাই অহালৈ আচলতে অপেক্ষা কৰি আছিল দিল্লীৰ সাংবাদিকে আশা কৰা অনুসৰিয়েই মোদীয়ে সকলোকে অভিবাদন জনালে নিশা প্ৰধানমন্ত্ৰী কিন্তু সাংবাদিকৰ দলটোৰ কাষ চাপি গ’ল তেওঁলোকক প্ৰধানমন্ত্ৰীয়ে সুধিলে খবৰ তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ক’লে দিল্লীৰ ভয়ংকৰ ঠাণ্ডাৰ কথা সাংবাদিকৰ দলটোক শীতৰ নিশা সাৱধানে ডিউটী কৰিবলৈয়ো পৰামৰ্শ দিলে তদুপৰি শীতৰ পৰা বাচি থাকিবলৈ ভালকৈ গৰম কাপোৰ পিন্ধিবলৈয়ো উপদেশ দিলে মোদীয়ে বন্ধুসূলভ ভাবেৰে প্ৰধানমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে পাতিলে কথা কিন্তু সাংবাদিকৰ দলক পাত্তাই নিদিলে প্ৰিয়ংকা গান্ধীয়ে৷ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা প্ৰিয়ংকা ওলাই অহালৈ অপেক্ষা কৰিছিল সাংবাদিকে৷ ওলাই অহাৰ পিছত দিল্লীৰ নিৰ্বাচনৰ বিষয়ে প্ৰস্ন কৰিলে৷ কিন্তু প্ৰিয়ংকাই দিলে উপৰুৱা উত্তৰ তদুপৰি তেওঁৰ বাবেই ৰৈ থকা বুলিও জনালে সাংবাদিকে৷ পিছে সেইটো প্ৰশ্নৰ উত্তৰো ভালকৈ নিদিলে প্ৰিয়ংকাই৷ আকৌ ৰৈ থাকিবলৈ কৈ তেওঁ গুচি গ’ল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial