আধাখিনি মানুহেও কিতাপ কিনা নাই
খানাপাৰা ফিল্ডৰ অসম গ্ৰন্থমেলা শেষ হ’ল৷ তাৰ পিছতে ওলাইছে কিতাপৰ সফল বেপাৰৰ কথা৷ গ্ৰন্থমেলাত ৭ কোটি টকাৰ কিতাপ…
খানাপাৰা ফিল্ডৰ অসম গ্ৰন্থমেলা শেষ হ’ল৷ তাৰ পিছতে ওলাইছে কিতাপৰ সফল বেপাৰৰ কথা৷ গ্ৰন্থমেলাত ৭ কোটি টকাৰ কিতাপ…
অসমতহে ৰজা, বাহিৰত কিন্তু ভিজা মেকুৰীৰ নিচিনাই অসম পুলিচৰ অৱস্থানগাৰ ওচৰত ছাৰেণ্ডাৰ কৰি ঘূৰি আহিল অসম পুলিচৰ দলটো৷…
হাঁহৰ মাংস বন্ধ কৰিলেহে গুণোৎসৱ কামত আহিব৷অন্যথা গুণোৎসৱৰ সময়ত হেডমাষ্টৰে পেট চোঁচৰা হাঁহ আৰু শালত বোৱা গামোচা কিনি…
উমৰাংচ’ত যটো ঘটনা সংঘটিত হ’ল, তেনে দৰেই অঘটন ঘটিব লিডুৰ পাহাৰত৷অঘটন ঘটিল বাবেহে উমৰাংচ’ৰ কয়লা খনিৰ কথা ৰাইজে…
ডঃ হীৰেন গোহাঁইৰ কথাও নুশুনে ভূপেন বৰাইডঃ গোহাঁইক গুৰুত্বই নিদিয়ে APCCৰ সভাপতিয়েহীৰেন গোহাঁইক উপহাস কৰিলে কংগ্ৰেছেসমাদৃত বুদ্ধিজীৱী হীৰেন…
জেতুকী জেঠাই বিছনাত পৰিলডাক্টৰেও জেতুকী জেঠাইক ঘৰতে ৰাখিবলৈ কৈছেডাঙৰটো পুতেকে এতিয়া হালধি বান্ধি দিছেআগতে মাঘৰ বিহুৰ আগতে প্ৰতিখন…
পদৰ সন্মান ৰক্ষাত বিফল হৈছে কংগনা ৰানাৱট৷ সাংসদ হোৱাৰ পিছতো চুটি কাপোৰ পিন্ধিবলৈ এৰা নাই কংগনাই৷ বলীউডৰ পৰা…
দেশৰ সম্পত্তি বেচি বেচি শেষ হোৱা নাইনৱবৰ্ষত মোদীয়ে বেচিব গাঁওগোটে গোটে এখন গাঁৱেই বেচি দিব প্ৰধানমন্ত্ৰীয়েদেশৰ সম্পত্তি বিক্ৰী…
সঞ্চয়ৰ পানী নিষ্কাশন অথবা হেল-প লাইনৰ টিপ-ছক লৈ গৰম হৈ আছে অসম৷ কাৰোবালৈ ফোনটো লগালেই শুনা অস্বস্তিকৰ মাতৰ…
যিদিনাই অনুষ্কা শৰ্মা দৰ্শকৰ শাৰীত বহি থাকে, সেইদিনাৰ মেচতে হাৰি টীম ইণ্ডিয়া৷ বিৰাট কোহলিৰ পত্নীয়ে খেল চাবলৈ গ’লেই…