ইচ্ছা কৰিলেই কোটিপতি হ’ব পাৰে প্ৰতিজন পুৰুষ৷ কিন্তু কোনো মহিলাই ইচ্ছা থাকিলেই কোটি টকা উপাৰ্জন কৰিব নোৱাৰে৷ পুৰুষৰ দেহত সৃষ্টিকৰ্তাই জননাংগত এনে এবিধ অংগ দিছে যে প্ৰতিজনেই মন কৰিলেই কোটিৰ ঘৰত টকা ঘটিব পাৰে৷
সকলোৱে মানৱ শৰীৰৰ কিডনী অথবা লিভাৰ বিক্ৰী কৰা ধন উপাৰ্জনৰ কথা কয়৷ কিন্তু আপুনি জানেনে- কিডনীৰ তুলনাত পুৰুষৰ গুপ্তাংগৰ অণ্ডকোষৰ দাম বেছি৷
এটা অণ্ডকোষ বিক্ৰী কৰিয়েই এজন পুৰুষে কমেও ৪০ লাখ টকা ঘটিব পাৰে৷ বৰ্তমান ভাৰতৰ চিকিৎসালয়ত আইন অনুসৰি কিডনী বিক্ৰী কৰিলেও এজন লোকে লাভ কৰে মাত্ৰ ১০ বা ১২ লাখ টকা৷ কিন্তু এটা অণ্ডকোষৰে দাম হৈছে কমেও ৪০ লাখ!
কিন্তু বিদেশত এই দাম আৰু চৰা৷ বৰ্তমান ভাৰতত অণ্ডকোষ বিক্ৰীৰ বাবে আছে টেষ্টিকুলাৰ স্পাৰ্ম এস্পায়াৰেশ্যন নামৰ বিধি৷ উক্ত নীতিৰ অধীনত চিকিৎসালয়ত ইচ্ছুক পুৰুষৰ অণ্ডকোষ কাটি উলিয়াই আন পুৰুষৰ দেহত চিকিৎসকে সংৰোপণ কৰে৷
আমেৰিকাত আকৌ এটা অণ্ডকোষৰে দাম হৈছে ১ কোটি টকা৷ গতিকে যিকোনো পুৰুষেই ইচ্ছা কৰিলে ঘটিব পাৰে কোটি টকা৷
মূলতঃ বীৰ্যহীন পুৰুষে অণ্ডকোষ সংৰোপণ কৰে৷ এই অংগৰ পৰাই দেহত বীৰ্য উৎপাদন হয়৷ একেদৰে এড্ৰিনেলিন নামৰ হৰমন বিধৰ নিঃসৰণো গুপ্তাংগৰ অণ্ডকোষেই নিৰ্ধাৰণ কৰে৷
গতিকে চহকী পুৰুষে সন্তানহীনতাত ভুগিলে অণ্ডকোষ সংৰোপণ কৰায়৷ তেওঁলোকে ইচ্ছুক দাতাৰ পৰা ক্ৰয় কৰে অণ্ডকোষ৷
পুৰুষৰ শৰীৰৰ বিশেষ অংগৰ দাম কিমান?
