সঁচা কথাবোৰ শুনক
১৫ দিনমান আগৰে পৰা আহি আছেআমালৈ ভিন্ন ঠাইৰ পৰা আহিছে চিনাকি-অচিনাকি মেজি-ভেলাঘৰৰ ফটো আৰু বাতৰি৷কিন্তু ভাবকচোন, অসমীয়াই দুদিনীয়া…
১৫ দিনমান আগৰে পৰা আহি আছেআমালৈ ভিন্ন ঠাইৰ পৰা আহিছে চিনাকি-অচিনাকি মেজি-ভেলাঘৰৰ ফটো আৰু বাতৰি৷কিন্তু ভাবকচোন, অসমীয়াই দুদিনীয়া…
সোণোৱালী আঘোণৰ পিছত শেষ পুহে কুঁৱলীৰ আঁৰত সিঁচি দিছে ঠেঁটুৱৈ লগা শীত৷হিমসনা শীতত ম’হৰ শিঙো কঁপি উঠিছেহাড় কঁপোৱা…
শুভক্ষণত তিতা কথা ক’ম জানোমনে নসহে, এতেকে কওঁ শুনকএই ভোগালীয়েই হয়তো জাৰি কৰিব অসমীয়াৰ মৃত্যু পৰোৱানা৷ ভূ-খণ্ড থাকিব,…
নৈপৰীয়া অসমীয়াই এইবেলি সৰহীয়া হাৰত উৎপাদন কৰিছে তিল৷ সমগ্ৰ অসমৰ জোৰা মাৰিব পৰাকৈ ৰাজ্যত তিলখেতি হৈছে৷ বিশেষকৈ ঢকুৱাখনাত…
উৰুকাত এটা ভাল খবৰ শুনক, মাজুলীত উৎপাদিত থলুৱা সামগ্ৰীৰে ৰাজ্যৰ বজাৰ দখল কৰিছে৷ সকলোৱে বিচাৰি বিচাৰি কিনিছে ভকত…
আনে কি খাইছে খাওককিন্তু NSG কমাণ্ডো আৰু অসম পুলিচৰ এটা দলৰ কেইদিনমান ৰাজভোগ হৈছে৷ তেওঁলোকে ভোগালীৰ প্ৰথমতেই খাবলৈ…
বিহুৰ বতৰত গুৱাহাটীত আজি কাৰ্ফিউ চলিছে৷নৱকান্তৰ ভাষাতকার্ফুৰ সময় হ’লসূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণোশুহি ল’লে ৰাতিৰ আকাশেঅলপ মিউজিকবছৰৰ আনসময়ত…
অভাৱীজনেও মাছ এচকল গোটাইছে, কোনোবাই আকৌ গোটে গোটে কিনিছে প্ৰকাণ্ড বাহুমাছ৷কিন্তু হ’লে কি হ’ব, আপুনি আজি নিৰামিষ ভাত…
স্থায়ী চাকৰি নহয়, কলেজত ঠিকাভিত্তিক শিক্ষক হৈ গেবাৰী খাটিব লাগিব অসমৰ নতুন প্ৰজন্মই৷ যিমানে ভাল একাডেমিক কেৰিয়াৰ নহওক…
ক্ৰিকেট কেৰিয়াৰৰ প্ৰায় অৱসান ঘটিছে ৰিয়ান পৰাগৰ৷ আঘাতৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত থকা অসমৰ খেলুৱৈজনৰ বিৰুদ্ধে ব’ৰ্ডৰ শক্তিশালী…