2024

গুচি যোৱাটো কি ইমান সহজ শুক্ৰাচাৰ্য!

বেলি লহিয়াইছিলহে, হঠাতে বিয়লি হ’লকিয় নাজানো, সোনকালেই দেখোন বেলিটো ৰঙচুৱা হ’লআমি কোনেও গমকে নাপালোঁ, ৰঙচুৱা বেলিটো টুপুঙকৈ শুক্ৰাচাৰ্যৰ…

বেইমানি কৰিলেও ৰিপুনেই আপোন

লাগিলে ৰিপুন বৰাকে বিশ্বাক কৰিবতথাপি হাইকমাণ্ডে বিশ্বাস নকৰে ভূপেন বৰাকপ্ৰদেশ কংগ্ৰেছৰ সভাপতিক মুঠেও বিশ্বাস কৰিব নোৱাৰে দিল্লীয়ে৷ সেয়ে…

ভাৰতীয়ক লাষ্ট ৱাৰ্নিং

মোদীৰ বন্ধু ড’নাল্ড ট্ৰাম্পে নাগৰিকত্ববিহীন হিচাপে ঘোষণা কৰিব ১৮ হাজাৰোধিক ভাৰতীয়ক৷ তেওঁলোকক আমেৰিকাৰ পৰাও ঘূৰাই পঠিয়াই দিব নৱনিৰ্বাচিত…

কিয় গালখন পাতি দিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে?

মামাক নেদেখিলোঁও চুই চাবলৈ নাপালো ৰাজ্যৰ এটা প্ৰান্ত ভ্ৰমণকালত এগৰাকী মহিলাই এইদৰে কৈয়েই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক…

Social media & sharing icons powered by UltimatelySocial