বংগললনা মৰ্মিতা যেন ৯০ৰ জুবিন

তেওঁ সঁচাই মায়াবিনী মায়াবিনী অপ্সৰা সৰগৰ অপ্সৰাৰ যেন সুন্দৰীৰ নাম মৰ্মিতা মিত্ৰ তেওঁ সুৰৰ মানুহ, অসুৰকো যি সুৰেৰে বশ কৰি পেলাব পাৰে কেৱল সুৰেই নহয়, কেঁচুৱাৰ দৰে নিষ্পাপ হাঁহিটোও এই বংগললনাৰ ঈৰ্ষণীয় সম্পত্তি মৰ্মিতা মিত্ৰ যিমান সুৰীয়া, সিমানে ধুনীয়াও৷ বংগ তনয়া মৰ্মিতাৰ ভঙা ভঙা অসমীয়া কথা আৰু মিঠা হাঁহিয়ে যে কিমান ডেকাৰ হৃদয় ভাঙিছে তাৰ হিচাপেই নাই একলব্যৰ দৰে জুবিন গাৰ্গক নেদেখাকৈয়ে গুৰু বৰণ কৰি পশ্চিমবংগৰ মৰ্মিতাই শিকিছিল সুৰৰ পাঠ সেই সুৰেৰেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সমানেই চিনাকি হৈ পৰিছে মৰ্মিতা মৰ্মিতা মিত্ৰ যেন নব্বৈৰ দশকৰ জুবিন৷ মঞ্চত জুবিন-জিতুল আৰু পাপনৰ সেৱাগ জামানাৰ ৰেট্ৰ’। সাংগিতীক যাত্ৰাৰ পৰিচালকৰ নাম হৈ পৰে জুবিন গাৰ্গ। বিশ্বকাপ-২০২৩ৰ বিস্তাৰিত ক’লাজত ক’ত অবিস্মৰণীয় ছৱি! ৱাংখেড়েৰ ছেমিত কোহলী ‘বিৰাট’ হৈ উঠা। সাংসাৰিক যন্ত্ৰণাত জৰ্জৰ ছামী ভিন্নগ্ৰহী বলাৰ হৈ উঠা। মেক্সৱেলৰ অতিমানৱীয় ইনিংছ। বাস্তুহাৰা আফগানিস্তানী ক্ৰিকেটাৰৰ স্বপ্নৰ সফলতা!
ভাব হয়, মৰ্মিতা যেন গীতৰ দাৰ্শনিক মৰ্মিতাই জানে দৰ্শকে কি ভাল পায় বংগললনা মৰ্মিতাই অসমত জুবিনৰ গানেৰে সুৰৰ লহৰ তুলিছে কম দিনতে অসমৰ চিনাকি কন্যা হৈ পৰিছে মৰ্মিতা মিত্ৰ নামৰ বাঙালী যুৱতী৷
আমি স্বীকাৰ কৰিবই লাগিব, অসমীয়া আৰু বাঙালীৰ মাজত অনবৰতে চলি থাকে ভাষিক দ্বন্দ্ব কিন্তু সেই বংগৰে হেমাংগ বিশ্বাসে ভাষা আন্দোলনৰ সময়ত অশান্ত অসম শান্ত কৰিছিল৷ ভূপেন হাজৰিকাৰ সৈতে যুটী বান্ধি তেওঁ গাইছিল ৰমন-হাৰাধনৰ গীত৷ অসমীয়া আৰু বাঙালীৰ বিভেদৰ অন্ত পেলাবলৈ সংগীতৰ পথাৰত আহিছে মৰ্মিতা তেওঁৰ নামটো মনত ৰাখিব মৰ্মিতা মিত্ৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial