কথাটো শুনকNew Coochbehar আৰু New Alipurduar ষ্টেশ্যনৰব্যৱধান মাত্ৰ ১৯ কিল’মিটাৰবন্দে ভাৰত এক্সপ্ৰেছ দুয়োটা ষ্টেশ্যনতে ৰয়৷ কিন্তু অসমত নিউ বঙাইগাঁও আৰু কামাখ্যা জংছনৰ দূৰত্ব ১৫০ কিল’মিটাৰতথাপি এটা ষ্টেশ্যনতো বন্দে ভাৰতৰ জংছন নিদিলে NF ৰেলৱেই২০২৩ চনৰ ২৯ মে’ তাৰিখে গুৱাহাটী ৰে’ল ষ্টেশ্যনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয় ৰেলমন্ত্ৰীয়ে ষ্টেশ্যনটো জাপানৰ কায়দাত সাজি দিব বুলি কৈ থৈ গলকিন্তু জাপানৰ ষ্টেশ্যনৰ নিচিনা হোৱাৰ আগতে গুৱাহাটীত বন্দে ভাৰত এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা নকৰিলে কৰ্তৃপক্ষই বংগৰ সাংসদে কিন্তু যুদ্দ কৰি নিউ কোচবিহাৰত ৰখাই দিলে বন্দে ভাৰতঅসমত পিছে ষ্টেশ্যনে ষ্টেশ্যনে নাচ-গানহে কৰিলে NF ৰে’লৱেই৷ কেৱল ইমানেই নহয়, শিৱসাগৰতো আজিপৰ্যন্ত ২০৫০৩ ৰাজধানী এক্সপ্ৰেছৰ ষ্ট’পেজ দিয়া নহল শিৱসাগৰক বাদ দি অসমৰ পৰ্যটনৰ কথা ভবাটো অবান্তৰতথাপি সেইখন ঠাইতে এতিয়াও নৰয় ৰাজধানী এক্সপ্ৰেছ