ভূপেন বৰাৰ কিয় এই প্ৰেম!

কংগ্ৰেছৰ লোকচান হ’ব পাৰে কিন্তু লাভ হৈছে লিলী হোটেলৰ গুৱাহাটীৰ ছয়মাইলত থকা এইখন হোটেল হৈ পৰিছে ৰাজনীতিৰ হটস্পট বিৰোধী ঐক্যমঞ্চৰ সফল-বিফল সকলো সভাই অনুষ্ঠিত হৈছে হোটেল লিলীত কিন্তু আলোচনাৰ জৰিয়তে অসমৰ ৰাজনীতিত বিৰোধীৰ বিশেষ লাভ একো হোৱা নাই পিছে লাভ হৈছে লিলী হোটেলৰ টিভি অথবা মোবাইলত শুনি শুনি সকলোৰে চিনাকি নাম হৈ পৰিছে গুৱাহাটীৰ লিলী হোটেল
টিভি অথবা পেপাৰত বিজ্ঞাপন দি প্ৰচাৰৰ বাবে ফাইভষ্টাৰ হোটেলে যিমান খৰচ কৰিবলগীয়া হৈছে, তাৰ সলনি বিনামূল্যে প্ৰচাৰ লাভ কৰিছে লিলী হোটেলে কংগ্ৰেছ আৰু অসম সন্মিলিত মৰ্চাৰ মিটিং বুলি ক’লেই সমাৰ্থক হৈ পৰিছে লিলী হোটেলৰ হলটো অজিত ভূঞা, ভূপেন বৰা আদিৰ কথা বাতৰিত যিমান ওলাইছে, সিমানে ওলাইছে লিলী হোটেলৰো কথা গতিকে উজনিৰ গ্ৰামাঞ্চলৰ গুৱাহাটীমুখী জনতাৰ চিনাকি লক্ষ্যস্থান হৈ পৰিছে লিলী হোটেল নাম শুনি শুনিয়েই তেওঁলোকৰ বাবে হোটেলখন হৈ পৰিছে চিনাকি সেয়ে লিলী হোটেলত বাঢ়িছে ভিৰ কংগ্ৰেছৰ ঘাটী হ’লেও লিলীৰ লাভ হৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial