হিন্দীও লিখিব নোৱাৰিছিল ডঃ সিঙে

ধৈৰ্য-বাকসংযম আৰু পাণ্ডিত্যৰ ত্ৰিবেণী সংগম ডঃ মনমোহন সিঙে সচৰাচৰ কোৱা নাছিল কথা৷ নানুহজনে নীৰৱে কৰিছিল কাম৷
কিন্তু যেতিয়া টু-জি স্পেকট্ৰাম কেলেংকাৰিক লৈ দেশব্যাপী প্ৰতিবাদ আৰম্ভ হৈছিল তেতিয়া সদনত তেওঁ দিছিল ভাষণ৷
কিন্তু ভাষণৰ আৰম্ভণিতে তেওঁ আবৃত্তি কৰিছিল মীৰ্জা গালিবৰ শ্বায়েৰী৷ তেওঁ গাইছিল-
হাজাৰো জুবান ছে আচ্ছা হ্যে মেৰী খামোচী
অৰ্থাৎ তেওঁ কৈছিল- অজস্ৰ উত্তৰতকৈ শ্ৰেষ্ঠ মোৰ মৌনতা
কিন্তু শ্বায়েৰীৰ ভাষাৰেই আনক উত্তৰ দিয়াত পাৰ্গত আছিল ডঃ সিং৷ PMOত অপকৰ্ম হোৱা বুলি তেতিয়াৰ বিৰোধী দল বিজেপিয়ে দাবী কৰাৰ সময়ত তেওঁ সদনত গাইছিল শ্বায়েৰী৷
সুষমা স্বৰাজক উৰ্দু শ্বায়েৰীৰ ভাষাৰেই প্ৰত্যুত্তৰ প্ৰদান কৰিছিল ডঃ সিঙে৷
আজীৱন কংগ্ৰেছী নেতাজনে কিন্তু লিখিব নোৱাৰিছিল হিন্দী৷ তেওঁ ভাষণো লিখিছিল উৰ্দু ভাষাত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email