হট অভিনেত্ৰী বুলিয়েই চিনাকি আছে পুনম পাণ্ডেৰ৷ ক্ৰিকেটত ভাৰত জিকিলে নগ্ন হৈ দৌৰিব বুলি ঘোষণা কৰা পুনম ইনষ্টাগ্ৰামৰ চিনাকি মডেল৷ মাইক্ৰ’ মিনি স্কাৰ্ট পৰিধান কৰা পুনমে ফটোগ্ৰাফাৰক কেতিয়াও নিৰাশ নকৰে৷
দেহ প্ৰদৰ্শন কৰাটো চখ পুনম পাণ্ডেৰ৷ কিছুদিন পূৰ্বে মৃত্যুৰো উৰাবাতৰি প্ৰচাৰ কৰা পুনম কিন্তু অপছ ম’মেণ্টৰ সন্মুখীন হ’ল৷
অলপতে পুনম উপস্থিত হৈছিল বান্ধবী মডেল দিব্যা আগৰৱালাৰ জন্মদিনৰ পাৰ্টীত৷ তেতিয়া আনন্দতে বান্ধৱীয়ে সাবটি ধৰিছিল পুনমক৷ তাৰ পিছতে পুনমক দাঙি ধৰিছিল দিব্যাই৷
কিন্তু তেতিয়াই অঘটন ঘটিল৷ মাইক্ৰ’ মিনি স্কাৰ্ট পৰিহিত পুনমৰ গোপন অংগ ওলাই পৰিল৷ কেমেৰাত সেই দৃশ্য বন্দী হ’ল৷
তাৰ পিছতে সতৰ্ক হৈছে পুনম পাণ্ডে৷ বৰ্তমান পুনমে দীঘল পোছাক পিন্ধিহে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷
নিজৰ সাৱধানতাৰ বিষয়ে প্ৰকাশো কৰিছে পুনমে৷ কিন্তু পুনমৰ স্বভাৱ সলনি নহয় বুলিহে ধাৰণা কৰিছে অনুৰাগীয়ে৷
তেওঁলোকৰ মতে আকৌ পুনমে পিন্ধিব পছন্দৰ চুটি পোছাক৷