এইটো কাৰণতে বাধ্য হ’ল হুমা কুৰেছি

শৰীৰ প্ৰদৰ্শন নকৰিলে বলীউডত প্ৰতিষ্ঠা ৱাভ কৰাটো অসম্ভৱ৷ হিন্দী চিনেমাৰ নায়িকা হ’বলৈ উদঙাবই লাগিব বক্ষপ্ৰদেশ৷ নাভিপ্ৰদেশৰ পৰা আদি কৰি সৰ্বাংগ প্ৰদৰ্শন কৰিলেই বলীউডত প্ৰতিষ্ঠা লাভ কৰাটো হৈ পৰে সহজ৷এই কথাটোৱেই ইমান দিনে বুজা নাছিল হুমা কুৰেছিয়ে৷ বলীউডত প্ৰতিষ্ঠাৰ বাবে ঢপলিয়াই ফুৰা হুমাই কিন্তু লাভ কৰা নাছিল সফলতা৷
কেবাখনো চিনেমাত অভিনয় কৰিলেও বলীউডৰ ষ্টাৰ অভিনেত্ৰী হিচাপে হুমাই স্বীকৃতি লাভ কৰা নাছিল৷ পিছে বৰ্তমান হুমাই বুজি পাইছে সফলতাৰ কৌশল৷
সেয়ে শেহতীয়াকৈ বেলেগ ষ্টাইলত দেখা গৈছে হুমাক৷ আগতে ৰক্ষণশীল পৰিয়ালৰ যুৱতীৰ দৰে কাপোৰ পিন্ধা হুমাৰ বস্ত্ৰ সলনি হৈছে৷
পূৰ্বে সচৰাচৰ ভাৰতীয় যুৱতীৰ দৰেই তেওঁ পৰিধান কৰিছিল সৰ্বাংগ ঢাকি ৰখা বস্ত্ৰ৷ কিন্তু শেহতীয়া অনুষ্ঠানত হুমা কুৰেছিয়ে পিন্ধিলে বক্ষপ্ৰদেশ প্ৰদৰ্শন কৰা পোছাক৷
তদুপৰি শৰীৰৰ আধা অংশই অনাবৃত কৰি কেমেৰাৰ সন্মুখত হুমা থিয় হ’ল৷ নতুন পোছাকৰ বাবে হুমা স্বাভাৱিকতে হৈ পৰিছে বি-টাউনৰ চৰ্চিত নায়িকা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email