উস সংসাৰ…
বহুতৰে বাবে অৰ্ধাংগিনী হৈ পৰিছে সন্ত্ৰাসৰ নাম
প্ৰেমত পৰি ভাৰ্যা আনৰ সৈতে পলাই গৈছে, সামাজিক লজ্জাৰ বাবে স্বামী হৈ পৰিছে বিপৰ্যস্ত
অসমৰ ২০ খন জিলাত এই ধৰণৰ ঘটনাৰ বিষয়ে আমি সমীক্ষা চলাইছিলোঁ৷ উক্ত সময়ছোৱাত আমি তথ্য লাভ কৰিছোঁ- ক্ৰমবৰ্ধিত পৰকীয়া প্ৰেমৰ একমাত্ৰ কাৰণেই হৈছে যৌন দুৰ্বলতা৷
স্বামীৰ যৌন অক্ষমতাৰ বাবে মহিলাসকলে পৰপুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে৷ প্ৰথমে কেৱল যৌনসুখৰ বাবেই পুৰুষজনে এই সম্পৰ্ক স্থাপন কৰে৷
কিন্তু পিছলৈ মহিলাগৰাকীৰ বাবে তেওঁ ঘৰ-পৰিয়ালক ত্যাগ কৰিবলৈ বাধ্য হয়৷
আমি লাভ কৰা তথ্য অনুসৰি বৰ্ধিত পৰকীয়া প্ৰেমৰ কাৰণ হৈছে ডায়েবেটিছ৷ গৰিষ্ঠভাগ অসমীয়া পুৰুষ ৪০ বছৰ বয়সৰ পিছত ডায়েবেটিছত আক্ৰান্ত হৈছে৷
ডায়েবেটিছৰ ফলত প্ৰায়ভাগ পুৰুষে যৌন ক্ষমতা হেৰুৱাই পেলাইছে৷ অৰ্থাৎ পুৰুষত্বই হেৰুৱাই পেলাইছ৷ সেয়ে পত্নীক যৌনসুখ দিব নোৱাৰা হৈছে তেওঁলোকে৷
একেদৰে পত্নী পলাই যোৱা ৪০ শতাংশ পুৰুষ হৈছে মদপী৷ তেওঁলোকে প্ৰতিটো সন্ধিয়াই মদ্যপান কৰে৷
সুৰাৰ নিচাত প্ৰতিনিশা মাতাল হৈ পৰি থকা পুৰুষে পত্নীক সন্তুষ্ট কৰিব নোৱাৰে৷ সেয়ে পত্নীৰ পৰপুৰুষৰ সৈতে সম্পৰ্ক হয়৷
গতিকে পৰকীয়া প্ৰেমৰ বৰ্ধিত সমস্যা দূৰ কৰিবলৈ অসমৰ পুৰুষকুল সচেতন হোৱাৰ প্ৰয়োজন হৈছে৷ লজ্জাজনক সামাজিক সমস্যাৰ সংখ্যা দিনক দিনে বাঢ়িছে৷ কিন্তু কোনো হোৱা নাই সচেতন৷
মদ খাই মাতাল হৈ থাকে নপুসংক স্বামী
