পায়খানালৈ মোবাইল লৈ যায় নেকি? লেট্ৰিনত বহি থাকোতে আপুনিও টিপি থাকে মোবাইল? এনে ভুল আৰু কেতিয়াও নকৰিব৷ বিশেষকৈ আজিৰ যুগত মোবাইলেৰে টকা-পইচা লেনদেন কৰে যদি ভুলতো শৌচাগাৰত মোবাইল ফোন ব্যৱহাৰ নকৰিব জ্যোতিষ শাস্ত্ৰ অনুসৰি শুক্ৰ হৈছে ধনৰ অধিপতি৷ অৰ্থাৎ শুক্ৰ দেৱতায়েই এজন ব্যক্তিৰ ঐশ্বৰ্য-সম্পদৰ নিৰ্ণয় কৰে৷ আনহাতে বৰ্তমান মোবাইলৰ জৰিয়তেই প্ৰায়সকলে ধনৰ লেনদেন কৰে৷ তেনেস্থলত মোবাইল লৈ পায়খানালৈ যোৱাটো হৈছে শুক্ৰক অসন্তুষ্ট কৰাৰ দৰে কথা৷ পায়খানালৈ মোবাইল নিয়াটো হৈছে শুক্ৰক পতিত স্থানত নিক্ষেপ কৰাৰ দৰে কথা জ্যোতিষীৰ মতে মোবাইলসহ পায়খানাত প্ৰৱেশ কৰা লোকসকলৰ কেতিয়াও অৰ্থনৈতিক অৱস্থা উন্নত নহয় যিসকলৰ মোবাইল টিপি কম’ডত বহি থকাৰ অভ্যাস আছে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বেয়া হোৱাটো খাটাং৷ গতিকে পায়খানালৈ মোবাইল নিয়াৰ অভ্যাস শীঘ্ৰে পৰিহাৰ কৰক অন্যথা অপুনিও পৰিব শুক্ৰ দেৱতাৰ ৰোষত৷