আকৌ শিৱসাগৰ দখল

কৰ্মী মিঞাৰ কোনেও ক্ষতি কৰিব নোৱাৰিলে আপোনালোকৰ মনত আছেনে৷ শিৱসাগৰৰ পৰা আৰম্ভ হোৱা মিঞা খেদা অভিযানৰ কথা? তেতিয়া উজনিৰ মানুহে মিঞাৰ পুখুৰীৰ মাছ নাখাওঁ বুলিও ঘোষণা কৰি দিছিল
কিন্তু মিঞা খেদা আন্দোলনে তাপ মৰাৰ পিছতে পৰিস্থিতি সলনি হ’ল কৰ্মী জাতিৰ যে কোনেও ক্ষতি কৰিব নোৱাৰে সেয়াই প্ৰমাণ কৰিলে মিঞাই আকৌ উজনিৰ বজাৰত উভৈনদী হৈ পৰিল মিঞাৰ পুখুৰীৰ মাছ আমি শেহতীয়াকৈ এই বিষয়ত তথ্য সংগ্ৰহৰ বাবে শিৱসাগৰৰ বজাৰত উপস্থিত হৈছিলোঁ৷ তাত মাছ বিক্ৰী কৰা ব্যৱসায়ীয়ে সদৰী কৰা অনুসৰি উপলব্ধ মাছৰ ৯০ শতাংশ নগাঁৱৰ পৰা অনা হৈছে৷
মিঞা বেপাৰীয়ে শিৱসাগৰৰ অসমীয়াৰ বাবে বিক্ৰী কৰিছে মাছ৷ একেদৰে ডিব্ৰুগড়ৰ বজাৰতো উভৈনদী হৈ পৰিছে মিঞাৰ পুখুৰীৰ মাছ বিগত সময়ত অসমীয়াই মিঞা বৰ্জনৰ হুংকাৰ দিছিল কিন্তু বীৰ লাচিত সেনাৰ আন্দোলন শেষ হোৱাৰ পিছত আকৌ মিঞাই আগৰ কৰ্মস্থলীত বাহৰ পাতিলেগৈ আমি লাভ কৰা খবৰ অনুসৰি নগাঁৱৰ পৰা উজনিলৈ প্ৰতিনিশা ৰাওনা হয় ৭০ খন মাছভৰ্তি গাড়ী ইয়াৰে ৫০ খন শিৱসাগৰৰ পাইকাৰী বজাৰতে ৰখোৱা হয়

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial