বিবাহিতক কৰিছে বঞ্চিত

কাজিয়া লাগিবলৈ হোটেলত ৰূম লয় সেয়ে বিবাহিত দম্পতিক ৰূম দিবলৈ বেয়া পাই অসমৰ OYO হোটেলে শেহতীয়াকৈ OYO হোটেলত ৰূমৰ ভাৰা বৃদ্ধি হৈছে অৱশ্যে নতুন বছৰ আৰু ভেলেণ্টাইন ডে’ৰ পূৰ্বে OYO হোটেলে ৰূমৰ ভাৰা বৃদ্ধি কৰে কিন্তু OYO হোটেলৰ ৰূম ভাৰা দিওতে বিভিন্ন দিশ নিৰীক্ষণ কৰিবলৈ লৈছে কৰ্তৃপক্ষই বিশেষকৈ বিবাহিত পুৰুষ-মহিলাক ৰূম ভাৰা দিবলৈ অস্বীকাৰ কৰিছে গুৱাহাটীৰ OYO হোটেল কৰ্তৃপক্ষই গণেশগুৰি, নুনমাটি আদিত থকা OYO হোটেলে বৰ্তমান ভুলতো দম্পতিক ৰূম ভাৰা নিদিয়ে অৱশ্যে তাৰো কাৰণ নথকা নহয়৷ OYO হোটেলৰ মেনেজাৰে আমাক জনোৱা মতে বিবাহিত দম্পতিয়ে হোটেলত বিশেষ কাৰণত ৰূম লয় তেওঁলোকে ৰূমত সোমায়েই আৰম্ভ কৰে কাজিয়া৷ পৰিয়াল আৰু সন্তানৰ বাবে ঘৰত কৰিব নোৱাৰা কাজিয়া কৰিবলৈ OYO হোটেলৰ কম দামৰ ৰূম ভাৰা লয় ফলত বিনষ্ট হয় হোটেলৰ পৰিৱেশ৷ সেয়ে বিবাহিত দম্পতি দেখিলেই ৰূম খালী নাই বুলি কৈ দিয়ে OYO হোটেল কৰ্তৃপক্ষই

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial