কংগনাই সদনত কি পিন্ধিলে!

মুখেৰে নামাতিলেও সদায় সদনত উপস্থিত আছে কংগনা ৰানাৱট কিন্তু সুন্দৰী কংগনাই পিন্ধি যোৱা পোছাক, বেগ আৰু চেণ্ডেলযোৰেহে আচৰিত কৰিছে লোকসভাৰ সদস্যক কংগনাই সদনত সোমোৱাৰ পূৰ্বে হাত দাঙি কেমেৰাৰ সন্মুখত থিয় হৈছিল তেতিয়া তেওঁ বাওঁহাতৰ অনামিকা আঙুলিত পিন্ধি আছিল হীৰাৰ আঙুঠি যাৰ দাম ৭,৮৯,৪৮০ টকা ছিল্কৰ শাড়ী পিন্ধি সদনৰ অধিৱেশনত কংগনাই অংশগ্ৰহণ কৰিছে শাড়ীখনৰ দাম অৱশ্যে কম মুঠেই ২৫,২০০ টকা ডিঅ’ৰ নামৰ বিদেশী কোম্পানীটোৰ ছানগ্লাছো পিন্ধিছে কংগনাই সেইযোৰৰ দাম আকৌ ৩৮,৪৯৯ টকা বিলাতী বাৰ্বেৰী কোম্পানীৰ বেগ এটাও হাতত লৈছে তেওঁ সেইটো বেগৰ দাম ১,২৩,৪৯৯ টকা সদনত উপস্থিত থকাৰ সময়ত কংগনাই পিন্ধিছে ল’ফাৰ্ছৰ পাম্পশ্বু যাৰ দাম ৭,৯৪৯ টকা অৰ্থাৎ তেওঁ কংগনাই কাপোৰ-বেগ, ছানগ্লাছ আৰু পাম্পশ্বুৰ নামতে খৰচ কৰিছে প্ৰায় ১০ লাখ টকা৷ সেইবো পিন্ধি সদনত দুখীয়া মানুহৰ বাবে আলোচনা কৰিবলৈ সোমাইছে কংগনা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial