অসমৰ হালধিত কি পাইছে গৱেষকে

সাৱধান! হালধি নাখাব! যিমানেই দামী নহওক, বজাৰত পোৱা হালধি পেকেট হৈছে বিহতুল্য গতিকে গাঁৱৰ খেতিয়কে মিলত খুন্দা হালধিয়েই খাবলৈ লওক আপুনি ভাল বুলি ভবা হালধিতে আছে বিষাক্ত পদাৰ্থ বিদেশী বিশ্ববিদ্যালয়েও অসমৰ বজাৰত উপলব্ধ হালধিত সীহৰ উপস্থিতি ধৰা পেলাইছে বিশ্ববিখ্যাত বিজ্ঞানীয়ে পৰীক্ষাৰ বাবে অসমৰ বজাৰত উপলব্ধ হালধিৰ নমুনা সংগ্ৰহ কৰিছিল তেতিয়াই হালধিত ওলাইছে সীহজাতীয় লেডৰ উপস্থিতি কেবাটাও যৌগৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা লেড সচৰাচৰ বেটাৰীত ব্যৱহাৰ কৰা হয়৷ এইবিধ বিষাক্ত পদাৰ্থই হালধিৰ সৈতে মিলোৱা হৈছে ওজন বঢ়াবলৈ হালধিত মিলোৱা সীহজাতীয় পদাৰ্থই স্বাস্থ্যৰ অভাৱনীয় ক্ষতি কৰে৷ কেঞ্চাৰৰ দৰে ৰোগৰো কাৰক হৈছে অসমৰ বজাৰৰ বিষাক্ত হালধি গতিকে পাৰিলে আজিয়েই পৰিহাৰ কৰক বজাৰৰ পৰা হালধি পেকেট কিনাৰ অভ্যাস গাঁৱলীয়া খেতিয়কে ঘৰতে খেতি কৰা হালধিয়েই কিনক

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial