ৰঙা বস্ত্ৰ পিন্ধি ষ্টেজত থিয় হৈ আছে এগৰাকী সুন্দৰী৷ কিন্তু এয়া কি
কেঁচি লৈ তেওঁৰ কাপোৰযোৰ কাটি পেলাইছে এজন পুৰুষে
সেই পুৰুষজন পিছে মহিলাগৰাকীৰ স্বামী নহয়৷ মহিলাগৰাকীৰ নাম হৈছে আদিল মহম্মদ৷ তেওঁ হৈছে কষ্টিউম কাটাৰ৷ অৰ্থাৎ পিন্ধি থকা কাপোৰযোৰকে কাটি বেলেগ এটা ৰূপ তেওঁ দি দিব পাৰে৷
কিন্তু আদিল মহম্মদে যেতিয়া কেমেৰাৰ সন্মুখতে প্ৰিয়ংকাৰ বক্ষ প্ৰদেশৰ কাপোৰ কাটি পেলালে তেতিয়া সকলো আচৰিত হ’ল৷
তাতকৈয়ো বেছি সকলো আচৰিত হ’ল প্ৰিয়ংকাৰ কথাত৷ বিচাৰকৰ প্ৰশ্নৰ উত্তৰ প্ৰিয়ংকাই জনাই দিলে যে তেওঁ বিবাহিতা৷ কেৱল সেয়াই নহয়, তেওঁৰ ১৫ বছৰীয়া ল’ৰাও আছে৷
প্ৰিয়ংকাৰ স্বামীও মুছলমান৷ তেওঁ ৰে’ল বিভাগত চাকৰি কৰে৷ চাকৰিসূত্ৰে প্ৰিয়ংকাৰ স্বামী নাগপুৰত থাকে৷
তদুপৰি প্ৰিয়ংকাই যে মডেলিং কৰে সেয়াও গম নাপায় স্বামীয়ে৷ মুছলমান স্বামীক ঘূণাক্ষৰেও গম পাবলৈ নিদিয়াকৈ বন্ধুৰ সৈতে মডেলিং কৰি ফুৰিছে প্ৰিয়ংকাই৷ মহিলাগৰাকী হৈছে পশ্চিমবংগৰ৷ কিন্তু থাকে মুম্বাইত৷
ইতিমধ্যে বিকিনী মডেলগৰাকীয়ে কেবাখনো ধাৰাবাহিকতো মাজে-মধ্যে অভিনয় কৰিছে৷ কিন্তু বিশেষ সুযোগ তেওঁ পোৱা নাই৷